NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা বিজেপি নেত্ৰীলৈকে! বাওঁ দুৰ্গ ধ্বংস কৰি তিৰুৱনন্তপুৰমৰ মেয়ৰ হ’ল শ্ৰীলেখা

চাৰি দশক ধৰি বাওঁপন্থীৰ দুৰ্গ হিচাপে থকা তিৰুৱনন্তপুৰম পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে এই ঘটনাক কেৰালাৰ…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 3:46 pm
অসম

ঘটনাৰ ৭৫ মিনিটলৈকে জুবিন গাৰ্গক প্ৰদান কৰা হোৱা নাছিল চিকিৎসা সেৱা : SIT ৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য

জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত SIT-ৰ চাৰ্জশ্বীটত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। চাৰ্জশ্বীট অনুসৰি, জুবিন গাৰ্গক সাগৰৰ পাৰত প্ৰায় ৭৫ মিনিট ধৰি…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 3:05 pm
Popular Stories

আতঙ্কৰে ভৰা বিহাৰৰ ৰেলৰ ডবা! ভয়তে শৌচাগাৰত আশ্ৰয় যুৱতীৰ, উদ্ধাৰ ৰেলৱে আৰক্ষীৰ

আজিও এই দেশৰ ৰাজহুৱা পৰিবহণত অকলে যাত্ৰা কৰাটো এগৰাকী যুৱতীৰ বাবে পুনৰ চিন্তনীয় বিষয় হৈ পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত এক ঘটনাই মহিলাৰ…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 2:18 pm
অসম

গুৰুত্বই দিয়া নাই ড’নাল্ড ট্ৰাম্পক! কম্বোডিয়াত নতুকৈ আক্ৰমণ আৰম্ভ কৰিছে থাইলেণ্ডে

প্ৰতিৱেশী কম্বোডিয়াৰ ওপৰত থাইলেণ্ডে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে। দেশখনে জনাইছে যে তেওঁলোকে ‘নিজৰ ভূখণ্ড পুনৰুদ্ধাৰৰ বাবে’ এই আক্ৰমণ চলাইছে। দুয়োখন প্ৰতিৱেশী দেশৰ…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 12:48 pm
অসম

আৰক্ষীৰ চকুত ধূলি দি সাধুৰ সাজত ৩৭ বছৰ; অৱশেষত জালত পৰিল যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত অপৰাধী

যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা অভিযুক্তগৰাকীয়ে জামিন লাভ কৰি পলায়ন কৰাই নহয়, সাধুৰ বেশত এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ ঘূৰি ফুৰি আৰক্ষীৰ…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 11:49 am
Popular Stories

জন চিনাৰ WWE অধ্যায়ৰ সমাপ্তি: এটা যুগৰ অৱসান

জন চিনাই তেওঁৰ WWE অধ্যায়ৰ অন্ত পেলালে। প্ৰায় দুটা দশক ধৰি তেওঁ WWEৰ অন্যতম চিনাকি মুখ আছিল। চিনাই WWE ৰ বিশ্বব্যাপী দৰ্শক…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 11:42 am
অসম

পৰীক্ষা চলি থকাৰ মাজতে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; কমেও ২ জনৰ মৃত্যু

আমেৰিকাৰ শিক্ষানুষ্ঠানত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। ব্ৰাউন বিশ্ববিদ্যালয়ত পৰীক্ষাৰ সময়ত নিৰ্বিচাৰ গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। ক’লা পোছাক পৰিহিত বন্দুকধাৰীৰ গুলীচালনাত কমেও দুজন লোক…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 10:10 am
Popular Stories

ছিৰিয়াত পুনৰ ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আক্ৰমণ: কেইবাজনো আমেৰিকান জোৱান নিহত

বাছাৰ আল আছাদ চৰকাৰৰ পতনৰ পিছত ছিৰিয়াত ইছলামিক ষ্টেটে (Islamic State, IS) পুনৰ মূৰ দাঙিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে মধ্য ছিৰিয়াত আমেৰিকাৰ সৈন্যৰ ওপৰত…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 9:31 am
অসম

CAA-ৰ অধীনত প্ৰথম! ২০০৭ চনত বাংলাদেশৰ পৰা অহা অসমৰ মহিলাই লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত অসমৰ এগৰাকী বাংলাদেশী মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীভূমি জিলাৰ বাসিন্দা…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 9:03 am
অসম

কোৰ্ট মাৰ্শ্বেলত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ আই এছ আইৰ প্ৰাক্তন মুৰব্বীক! তেওঁৰ বিৰুদ্ধে কি অভিযোগ?

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ প্ৰাক্তন মুৰব্বী ফইজ হামিদক দোষী সাব্যস্ত কৰা হৈছে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীক সামৰিক আদালতত ১৪ বছৰৰ কাৰাদণ্ডৰ…

এন ই নাও নিউজ, গুৱাহাটী · December 14, 2025 7:45 am