Author: এন ই নাও নিউজ, গুৱাহাটী
দুৰ্নীতিৰ অভিযোগ : অসম ক্ৰিকেট সন্থাৰ চাৰি খেলুৱৈক নিলম্বন, এজাহাৰ দাখিল
ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাজ্যৰ চাৰিগৰাকী খেলুৱৈক তাৎক্ষণিকভাবে নিলম্বন কৰিছে অসম ক্ৰিকেট সন্থা (ACA)-এ। শুকুৰবাৰে নিলম্বন কৰা এই…
সীমাৰ পৰিধি ভাঙি সংগীতৰ যাত্ৰা! বলীউদত বাহৰেইনৰ ৰেপাৰ ‘ফ্লিপৰাচি’ৰ FA9LA-ৰ ধুমুহা
বাহৰেইনৰ ৰেপাৰ হুছাম অসীম ওৰফে ‘ফ্লিপৰাচি’ৰ দ্বাৰা FA9LAৰ ধুমুহাই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। মুক্তিৰ কেইদিনমানৰ ভিতৰতে অস্বাভাৱিকভাৱে দৰ্শক বৃদ্ধি পাইছে। বাহৰেইনৰ ৰেপাৰ…
ফ্ৰাষ্ট ট্ৰেক আদালতত হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ : উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ
অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বাবে এখন দ্ৰুত আদালত (fast-track court) স্থাপন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব। ১২ ডিচেম্বৰত একাধিক…
দেশ বিভাজনৰ পিছত পাকিস্তানত প্ৰথমবাৰৰ বাবে পঢ়োৱা হ’ব সংস্কৃত; পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হ’ল মহাভাৰত আৰু গীতাৰ অধ্যায়
চলিত সপ্তাহত পাকিস্তানৰ শিক্ষা জগতত এনে এক ঘটনা ঘটিছে যি দেশ বিভাজনৰ পিছত কেতিয়াও দেখা পোৱা হোৱা নাছিল। লাহোৰ ইউনিভাৰ্চিটি অফ মেনেজমেন্ট…
ট্ৰাম্প-ক্লিণ্টন-বিল গেটছৰ সৈতে যৌন অপৰাধী এপষ্টেইন! নতুন ছবিক কেন্দ্ৰ কৰি তোলপাৰ আমেৰিকা
কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ নাম ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জড়িত হৈ পৰিছিল। এসময়ত তেওঁলোক ঘনিষ্ঠ আছিল বুলিও দাবী কৰা…
ৰাজনীতিৰ প্ৰতি মোহভংগ! পুনৰ আখড়ালৈ প্ৰত্যাৱৰ্তন বিনেশ ফ’গাটৰ, লক্ষ্য ২০২৮ৰ অলিম্পিক
ভাৰতীয় তাৰকা মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে ক্ৰীড়া জগতৰ পৰা অৱসৰ লোৱাৰ পূৰ্বৰ সিদ্ধান্ত ত্যাগ কৰি পুনৰ আখড়ালৈ প্ৰত্যাৱৰ্তনৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ…
পঞ্চাশোর্ধ্ব বয়সত কেনেকৈ ২০ কেজি ওজন কমালে পৰিচালক কৰণ জোহৰে : পুষ্টিবিদে জনালে আচল ৰহস্য
বলীউডৰ জনপ্ৰিয় পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে শেহতীয়াকৈ তেওঁৰ নতুন চেহেৰাৰে সকলোকে আচৰিত কৰি তুলিছে। ৫৩ বছৰ বয়সত তেওঁৰ চেহেৰাৰ এই পৰিৱৰ্তন…
গণভোটত গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ প্ৰস্তাৱ প্ৰত্যাখ্যান বাৰ এছ’চিয়েশ্যনৰ গৰিষ্ঠসংখ্যক সদস্যৰ
গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমানৰ স্থানৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ গণভোটযোগে বিৰোধিতা কৰিছে বাৰ এছ’চিয়েশ্যনৰ সদস্যসকলে। যোৱা ৮ ডিচেম্বৰৰ পৰা…
চাৰ্জশ্বিটৰ অভিযোগসমূহ আদালতত প্ৰমাণ নোহোৱা পৰ্যন্ত চৰকাৰৰ ওপৰত আমাৰ দৃষ্টি নিৱদ্ধ থাকিব : গৌৰৱ গগৈ
নতুন দিল্লীত আজি এক সংবাদমেলত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দাখিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ…
তন্ত্ৰ সাধনাৰ জৰিয়তে কোটিপতি হোৱাৰ প্ৰলোভন! বন্ধ কোঠাত তিনি ব্যক্তিৰ ৰহস্যজনক মৃত্যু
এক মুহূৰ্ততে কোটিপতি হোৱাৰ সহজ পথ বিচাৰি গৈ মৃত্যুক সাৱটি ল’লে তিনিজন ব্যক্তিয়ে। পাঁচ লাখ টকা বিনিয়োগ কৰি তাৰ বিপৰীতে পঞ্চাছ গুণ…