Author: এন ই নাও নিউজ, গুৱাহাটী
হাই চুগাৰৰ লক্ষণ! আওকাণ কৰিলেই হ’ব পাৰে ভয়াৱহ বিপদ
সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। যিকোনো বয়সৰ লোকেই এতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগে শৰীৰৰ শক্তিৰ ভাৰসাম্যত…
ভাৰতৰ ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানৰ ‘ব্ৰহ্মাস্ত্ৰ’! জানো আহক AMCA ৰ শক্তিশালী ৰাডাৰৰ বিশেষত্ব
ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী প্ৰজন্মৰ লুকাই চুৰকৈ আক্ৰমণ কৰিব পৰা যুঁজাৰু বিমান ‘এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট’ (AMCA) কেৱল এখন যুঁজাৰু বিমানেই নহয়, ই…
ভাৰতত কেম্পাছ খুলিব ‘নিউ চাউথ ৱেলছ’ বিশ্ববিদ্যালয়ে; শিক্ষা আৰু গৱেষণাত ভাৰত-অষ্ট্ৰেলিয়াৰ ঐতিহাসিক চুক্তি
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। প্ৰাক-বিদ্যালয়ৰ পৰা গৱেষণা পৰ্যায়লৈকে শিক্ষাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ…
ঘৰতে আধাৰ কাৰ্ডত এই কাম কৰিব পাৰিব! এতিয়াৰে পৰা দীঘলীয়া শাৰী পাতিব নালাগে সাধাৰণ জনতাই
আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰাটো সাধাৰণ জনতাৰ বাবে সদায় এক বিৰক্তিকৰ সমস্যা আছিল। কাৰণ বেংকৰ কামেই হওক বা চৰকাৰী কামেই হওক,…
অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা! যোগানকাৰীয়ে লাভ কৰিবনে প্ৰাপ্য ধন?
নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিটৰ উৎপাদন গোটটো বন্ধ হৈ পৰাৰ ফলত মৰাপাট উদ্যোগটোত অচলাৱস্থাই দেখা দিছে। কলটোৰ…
বন্দে মাতৰমক লৈ সংসদত উত্তপ্ত বিতৰ্ক: ৰাজনৈতিক উদ্দেশ্যত গীতটো ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ
লোকসভাত জাতীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উপলক্ষে ১০ ঘণ্টা ধৰি চলা আলোচনাক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হয়। কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
ড’নাল্ড ট্ৰাম্পৰ নামেৰে নামাকৰণ কৰা হ’ব ‘টেক চিটি’ৰ এটা পথ! মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক লৈ তীব্ৰ বিতৰ্ক
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে হায়দৰাবাদৰ এটা পথৰ নাম আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামেৰে ৰখাৰ প্ৰস্তাৱ আগবঢ়োৱাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। যদি…
অভিনেত্ৰীৰ ধৰ্ষণৰ গোচৰত ৮ বছৰৰ পিছত দোষমুক্ত জনপ্ৰিয় প্ৰসিদ্ধ অভিনেতা, ষড়যন্ত্ৰৰ অভিযোগ
মালয়ালম চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা দিলীপ দোষমুক্ত হোৱাৰ ঘোষণাই সোমবাৰে কেৰালাৰ এৰ্নাকুলাম প্ৰধান সত্ৰ আদালতত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। ২০১৭ চনৰ…
ব্যৰ্থ ট্ৰাম্পৰ ‘মধ্যস্থতা’! পাঁচ মাহৰ পিছত পুনৰ সংঘাত, কম্বোডিয়াত বিমান আক্ৰমণ থাইলেণ্ডৰ
পাঁচ মাহৰ ভিতৰতে পুনৰ আৰম্ভ হৈছে থাইলেণ্ড-কম্বোডিয়াৰ ‘যুদ্ধ’। জানিব পৰা মতে, সোমবাৰে পুৱা থাইলেণ্ডে কম্বোডিয়াৰ সেনাৰ ঘাটি লক্ষ্য কৰি বিমান আক্ৰমণ চলায়।…
মেক্স ভাৰ্ষ্টাপেনৰ চাৰি বছৰীয়া ৰাজত্বৰ অৱসান; ফৰ্মুলা ৱানৰ নতুন বিশ্ব চেম্পিয়ন লেণ্ডো ন’ৰিছ
দেওবাৰে আবুধাবিত অনুষ্ঠিত হোৱা ফৰ্মুলা ৱানৰ চালকৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰিটেইনৰ লেণ্ডো নৰিছে মেক্স ভাৰ্ষ্টাপেনৰ চাৰি বছৰীয়া ৰাজত্বৰ অন্ত পেলায়। ভাৰ্ষ্টাপেনে আবুধাবি গ্ৰেণ্ড…