Author: এন ই নাও নিউজ, গুৱাহাটী
কূটনৈতিক সীমা উলংঘাৰ অভিযোগ: পুটিনৰ ভ্ৰমণৰ আগতে ৩ NATO ৰাষ্ট্ৰদূতৰ ইউক্ৰেইনক লৈ যৌথ প্ৰতিবেদন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বে এক ডাঙৰ কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে। পুটিনৰ আগমনৰ আগদিনা, ৰাছিয়াৰ তিনিখন প্ৰধান পশ্চিমীয়া…
দ্ৰুত পতন! মাৰ্কিন ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা
বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯০.২ লৈ হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এইটোৱেই এতিয়ালৈকে আটাইতকৈ দুৰ্বল প্ৰদৰ্শন। মঙলবাৰে…
২০২৬ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা : দিল্লীত হাইকামাণ্ডৰ সৈতে বৈঠক অসম কংগ্ৰেছৰ
আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে। এই নিৰ্বাচনী যুঁজৰ ৰণনীতি তৈয়াৰ কৰিবলৈ মঙলবাৰে…
বাংলাদেশলৈ বিতাড়িত গৰ্ভৱতী মহিলা আৰু আঠ বছৰীয়া পুত্ৰৰ প্ৰত্যাৱৰ্তনত সন্মতি উচ্চতম ন্যায়ালয়ৰ
কেন্দ্ৰীয় চৰকাৰে বুধবাৰে (৩ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত কেৱল “মানৱীয় ভিত্তিত” বাংলাদেশলৈ বিতাড়িত কৰা এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ আঠ…
SIR সন্দৰ্ভত সদনত আলোচনা কৰাৰ আগত বন্দে মাতৰমৰ বিষয়ে আলোচনা কৰা হ’ব- কেন্দ্ৰ
বৰ্ষাকালীন অধিৱেশনৰ সময়ত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে কৰা অহৰহ দাবীক প্ৰতিহত কৰাৰ পাছত চৰকাৰে শীতকালীন অধিবেশনৰ…
হাতত কেটলি, চাহৰ গিলাচ! কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা মোদীৰ ভুৱা ভিডিঅ’ তৈয়াৰ কৰি বিতৰ্কত কংগ্ৰেছ
এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত এনে এটা…
প্ৰতিবাদ কৰাৰ বাবে যদি দৰমহা কাটিব পাৰে, তেন্তে মন্ত্ৰী সিংহলৰো দৰমহা কাটক : দেৱব্ৰত শইকীয়া
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দৰমহা কৰ্তন আৰু তেওঁৰ বিৰুদ্ধে…
নেহৰুৱে চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল, পেটেলে বন্ধ কৰি দিলে! ৰাজনাথ সিঙৰ বিস্ফোৰক দাবী
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল! শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনে এক বিস্ফোৰক দাবী…
চাইবাৰ সুৰক্ষা এপ ‘সঞ্চাৰ সাথী’ প্ৰিলোড কৰাৰ ভাৰতৰ নিৰ্দেশ নাকচ এপলৰ: গোপনীয়তাৰ বিপদৰ আশংকা
ভাৰত চৰকাৰ আৰু বহুজাতিক সংস্থা এপলৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ভাৰতৰ দূৰসংযোগ বিভাগে (DoT) সকলো নতুন আইফোনত চৰকাৰ সমৰ্থিত চাইবাৰ…
১৪ টা চিগাৰেট নাখালেও হ’ব : দিল্লীত এটা দিন কটালেই যথেষ্ট
দিল্লীৰ বায়ু প্ৰদূষণে এক ভয়ংকৰ ৰূপ লৈছে। দেৱালীৰ পাছত এই প্ৰদূষণৰ মাত্ৰা অধিক হৈ এতিয়া ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। দিল্লীত…