Author: এন ই নাও নিউজ, গুৱাহাটী
নীলা শিয়ালৰ সাধু অতীত! এইবাৰ বাস্তৱতে দেখা গ’ল নীলা ৰঙৰ কুকুৰ! স্তম্ভিত বিজ্ঞানীসকলো
ইউক্ৰেইনৰ চেৰ্নোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰৰ আশে-পাশে থকা ‘নিষিদ্ধ অঞ্চল’ত হঠাতে দেখা গৈছে নীলা ৰঙৰ নোমৰ অস্বাভাৱিক কুকুৰৰ এটা দল! স্থানীয় বাসিন্দাৰ লগতে…
ৰক্তাক্ত ব্ৰিটেইন! লণ্ডন অভিমুখী ৰেলত নিৰ্বিচাৰে আক্ৰমণ যাত্ৰীক, গ্ৰেপ্তাৰ ২ জনক
লণ্ডন অভিমুখী ৰেলত এক ভয়ংকৰ ঘটনা। যাত্ৰীক লক্ষ্য কৰি ছুৰীৰে কৰা হ’ল আক্ৰমণ। এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কমেও…
কূটনৈতিক বিপৰ্যয়! মোডীৰ দিনত হাতৰ পৰা ওলাই গ’ল বাজপেয়ীৰ দিনত নিৰ্মিত তাজিকিস্তানৰ আয়নি বিমান ঘাটি
তাজিকিস্তানৰ আয়নি বিমানঘাটি। বিদেশৰ মাটিত ভাৰতৰ নিয়ন্ত্ৰণত থকা বিমান ঘাটি। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত আয়নি নতুন দিল্লীৰ নিয়ন্ত্ৰণলৈ আহিছিল। মধ্য এছিয়াত…
অৰ্ধসামৰিক চাকৰিত টেটুক লৈ বিভ্ৰান্তি! আদালতৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ
বাওঁহাতত টেটু থাকিলে অৰ্ধসামৰিক বাহিনীত যোগদান কৰাত কোনো সমস্যা নাই। কিন্তু সোঁহাতত যদি টেটু থাকে তেন্তেযোগ্য প্ৰাৰ্থীক বাদ দিয়া হয়। সোঁ আৰু…
মেক্সিকোৰ চুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণত ২৩ জন লোকৰ মৃত্যু, আহত ১১ জন
মেক্সিকোৰ এখন চুপাৰ মাৰ্কেটত বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ২৩ জন লোক নিহত হোৱাৰ লগতে আৰু কমেও ১১ জন আহত…
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ তাৰকাৰ; বিশ্বকাপৰ পূৰ্বে নিউজিলেণ্ডৰ বাবে এক ডাঙৰ আঘাত
নিউজিলেণ্ডৰ তাৰকা বেটছমেন কেন উইলিয়ামছনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০২৬ চনৰ বিশ্বকাপৰ মাত্ৰ চাৰি মাহ পূৰ্বে লোৱা তেওঁৰ এই…
দিল্লীৰ পৰা কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হ’ল বাৰ্লিন অভিমুখী নেপালী মহিলাক! বিতৰ্কৰ মাজতে স্পষ্টীকৰণ কেন্দ্ৰৰ
জাৰ্মানীৰ পৰা বাৰ্লিন অভিমুখী এগৰাকী নেপালী মহিলাক দিল্লী বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হৈছে! এই ঘটনাক লৈ বিতৰ্কৰ মাজতে অৱশেষত মুখ খুলিছে…
নিৰ্বাচনৰ পূৰ্বে বিহাৰত উত্তেজনা! জন সুৰজ কৰ্মীৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ জেডিইউৰ প্ৰাৰ্থী অনন্ত সিং
পুনৰ ৰাজনৈতিক হিংসাই জোকাৰি গৈছে বিহাৰৰ পাটনা। বিধানসভা নির্বাচনৰ পূর্বে দলৰ প্রার্থীৰ পক্ষত প্রচাৰ চলাই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল জন…
“ক্ষমতা হেৰুওৱাৰ পিছত ডুবাই বা ছিংগাপুৰলৈ পলাব”-মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “ভয় খুৱাবলৈ” চৰকাৰী ব্যৱস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অসমত মুখ্যমন্ত্ৰীয়ে…
বৰষুণৰ বতৰত ঘৰৰ সেমেকা ভাৱ কিদৰে আঁতৰ কৰিব?
বৰষুণৰ দিনবোৰত আমাৰ চাৰিওফালে সেউজীয়া আৰু সতেজতা বাঢ়ে, কিন্তু এই বতৰে ঘৰৰ ভিতৰত আনে এক ডাঙৰ সমস্যা – সেমেকা ভাৱ (Dampness)। অতিৰিক্ত আর্দ্ৰতা…