Author: এন ই নাও নিউজ, গুৱাহাটী
“NO KING’S” ধ্বনিত উত্তাল আমেৰিকা! ট্ৰাম্প প্ৰশাসনে ব্যতিব্যস্ত কৰিছে জনসাধাৰণক
ট্ৰাম্প প্ৰশাসনে জলাকলা খুৱাইছে আমেৰিকাবাসীক। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ৰমবৰ্ধমান স্বৈৰাচাৰী মনোভাৱৰ বিৰোধিতা কৰি আমেৰিকাৰ কেইবাখনো চহৰত হাজাৰ হাজাৰ লোকে “ন’ কিংছ” ধ্বনিৰে…
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ১৫% কৰ্তন হ’বঃ চৰকাৰৰ নতুন আইন
সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা সততেই শুনিবলৈ পোৱা যায়। শেহতীয়অ কৈ তেলেংগানাত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ বিৰুদ্ধে চৰকাৰে…
২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সংস্থাপনৰ আহ্বান স্থানচ্যুত লাইকা বনগাঁৱৰ পৰিয়াল সমূহৰ…
লাইকা বনগাঁও পুনৰ্বাসন দাবী সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ শ স্থানচ্যুত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।…
বামপন্থী শাসিত কেৰালাৰ ইতিহাস! স্বাধীনোত্তৰ ভাৰতৰ চৰম দৰিদ্ৰতাৰ পৰা মুক্ত প্ৰথম ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ
সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক ঐতিহাসিক জয় লাভ কৰিছে বামপন্থী শাসিত ৰাজ্য কেৰালাই। চৰম দৰিদ্ৰতা নথকা ভাৰতৰ প্ৰথমখন ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ হৈছে…
নেপালৰ ‘Gen Z’ য়ে গঠন কৰিলে নতুন ৰাজনৈতিক দল
ৰাজনৈতিক ক্ষেত্ৰত খুজ পেলেইছে নেপালৰ ‘জেন-জি‘ (Gen Z)য়ে। শনিবাৰে নেপালৰ যুৱ সমাজে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে। যদিও নেপালত…
বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অযোধ্যা, দেৱালীৰ বাবে ২৬ লাখৰো অধিক চাকিৰে জিলিকিব ৰাম মন্দিৰ
ভগৱান শ্ৰীৰামৰ ঘৰলৈ উভতি অহাৰ স্মৃতিত আজিৰে পৰা অযোধ্যাত বহু প্ৰত্যাশিত দীপাৱলী আৰম্ভ হৈছে। এইবাৰ এই উৎসৱে দেশৰ ইতিহাসত নতুন অধ্যায় ৰচনা…
ধনৰ অভাৱত জেলত বন্দী দুখীয়া কয়দী; কাৰাগাৰৰ ভিৰ দেখি উচ্চতম ন্যায়ালয়ে চৰকাৰক দিলে ডাঙৰ নিৰ্দেশ
এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দৰিদ্ৰ বিচাৰাধীন কাৰাবন্দীৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে…
চন্দ্ৰ আৰু সূৰ্য্যৰ মাজৰ ‘সম্পৰ্ক’ক লৈ নতুন তথ্য পোহৰলৈ আনিলে চন্দ্ৰযান-২য়ে
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ চন্দ্ৰযান-২ য়ে মহাকাশ সম্পৰ্কীয় অজ্ঞাত তথ্য প্ৰকাশ কৰিছে। ইয়াত সৌৰ ধুমুহা আৰু সূৰ্য্যৰ ক’ৰ’নেল মাছ ইজেকচন…
এদিনীয়াৰ প্ৰত্যাৱৰ্তনত ‘পাৰ্থ’ত নচলিল ৰোহিত-কোহলীৰ যাদু! আশাহত ক্ৰিকেটানুৰাগী
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলা দুই দ্বিগজৰ বাবে কেৰিয়াৰ ৰক্ষাৰ যুঁজ। আৰু সেই যুঁজৰ প্ৰথম পৰ্যায়তে ভাৰতীয় ক্ৰিকেটৰ দুই মহান খেলুৱৈ বিৰাট কোহলী…
যুদ্ধবিৰতিৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণ পাকিস্তান-আফগানিস্তানৰ; কমেও ১৭ জন নিহত
যুদ্ধবিৰতিৰ মাজতে পাকিস্তান আৰু আফগানিস্তানে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ দাবী কৰিছে। যোৱা শুকুৰবাৰে নিশা আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণত ১০ জন লোক নিহত হোৱা বুলি দাবী…