Author: এন ই নাও নিউজ, গুৱাহাটী
নতুন শিক্ষা বৰ্ষত আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ আগমনত ৪৪% হ্ৰাস…
অভিলেখ সংখ্যকভাৱে হ্ৰাস পাইছে নতুন শিক্ষা বৰ্ষত আমেৰিকাত পঢ়িবলৈ অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। ২০২৪ চনৰ আগষ্ট মাহত এই সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত…
ট্ৰাম্প আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ’বলগীয়া গাজা শান্তি সন্মিলনলৈ নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ
গাজাত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ বিশ্ব সম্প্ৰদায়ে নতুন পদক্ষেপ হাতত লৈছে। সেই লক্ষ্যৰে ইজিপ্তৰ শ্বাৰম এল শ্বেখ চহৰত আয়োজন কৰিবলৈ ওলাইছে…
তীব্ৰ সমালোচনাত সেও মানিলে তালিবানৰ বৈদেশিক মন্ত্ৰীয়ে! দ্বিতীয়খন সংবাদমেল আহবান…
তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ১২ অক্টোবৰ দেওবাৰে দ্বিতীয়খন সংবাদমেল আহ্বান কৰিছে। আজিৰ সংবাদমেল মহিলা সাংবাদিকৰ বাবেও মুকলি থাকিব বুলি সদৰী…
ফেচবুকৰ পৰা নিলম্বিত একাউণ্ট ঘূৰাই পালে অখিলেশ যাদৱে; চৰকাৰে দিলে স্পষ্টীকৰণ
শুকুৰবাৰে (১০ অক্টোবৰ) সন্ধিয়া নিলম্বিত হোৱা ফেচবুক একাউণ্ট অৱশেষত ঘূৰাই পালে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছৰ এক…
কেটি পেৰীৰ প্ৰেমত মচগুল কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী; ইয়টত নিবিড় আলিংগনৰত পেৰী-ট্ৰুডো
সঁচাকৈয়ে পুনৰ প্ৰেমত পৰিছে নেকি কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো? এই প্ৰশ্ন বৰ্তমান সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে। শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ চান্টা বাৰ্বাৰাত…
আঁৰত ট্ৰাম্পৰ নীতি? পত্নীৰ সৈতে আমেৰিকা এৰিব অৰ্থনীতিৰ নোবেল বিজয়ী অভিজিত বেনাৰ্জীয়ে
‘মেক আমেৰিকা গ্ৰেট এগেইন’ শ্লোগানেৰে পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ড’নাল্ড ট্ৰাম্প। কিন্তু এতিয়া তেওঁৰ নতুন নীতিয়ে আমেৰিকাত আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত…
আফগান বৈদেশিক মন্ত্ৰীক আদৰবিলৈ গৈছিল মৌলৱী; মছজিদৰ ভিতৰতে হত্যা পত্নী আৰু দুই কন্যাক
আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিক আদৰিবলৈ গৈছিল স্বামী। সেই সুযোগতে দুস্কৃতিকাৰীয়ে মছজিদত প্ৰৱেশ কৰি মৌলৱীৰ পত্নী আৰু দুই শিশুকন্যাক নিৰ্মমভাৱে হত্যা…
ফুটবল খেলৰ পিছতে উত্তেজনা; আমেৰিকাৰ স্কুলত বন্দুকধাৰীৰ আক্ৰমণ, ৪ জন নিহত, ১২ জন আহত
এইবাৰ আমেৰিকাৰ বিদ্যালয় চৌহদত গুলীচালনাৰ ঘটনা। খবৰ অনুসৰি ফুটবল খেলক লৈ উত্তেজনা সৃষ্টি হোৱাৰ ফলত মাজনিশা বন্দুকধাৰীৰ আক্ৰমণত ৪ জন লোক নিহত…
আফগান-পাকিস্তান সীমান্তত তুমুল সংঘৰ্ষ; গোটেই নিশাৰ গুলীয়াগুলিত ১২ জন পাকিস্তানী সেনা নিহত
শনিবাৰে নিশা ডুৰাণ্ড লাইন (পাক-আফগান সীমান্ত)ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কাবুলত পাকিস্তানে কৰা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ নিশা আফগানিস্তানে প্ৰতিশোধ লয়। খবৰ অনুসৰি…
একেলগে থাকিও অকলশৰীয়া অনুভৱ হয়? সম্পৰ্কৰ নতুন বিপদ কি এই ‘ছাইক’লজিকেল ঘোষ্টিং’?
সকলোতো ঠিকেই চলি আছিল। দৈনিক কথা-বতৰা, দেখা-সাক্ষাৎ, বাৰ্তা আদান-প্ৰদান। কিন্তু হঠাৎ সকলো সলনি হৈ গ’ল। উত্তৰ আহে, কিন্তু বহুত দেৰিকৈ। কথা-বতৰাত আগৰ…