Author: এন ই নাও নিউজ, গুৱাহাটী
ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত
জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি আজি নতুন দিল্লীত উপস্থিত হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ এই গুৰুত্বপূৰ্ণ বৈঠকে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কত…
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ
ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইৰানৰ ফালৰ পৰা ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট ৰাজনৈতিক নেতালৈ বিশেষ নিমন্ত্ৰণ জনোৱা হৈছে।…
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন
জোচেফ চি বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ দুমাহ নৌহওঁতেই ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিজয়ৰ চৰকাৰখন পেলাবৰ বাবে বিধায়ক কিনা-বেচা কৰাৰ এক…
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে পুডুচেৰীৰ এজন ব্যৱসায়ীক চি বি আইৰ তদন্তৰ পৰা সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দি ৩ কোটি টকাৰ…
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ
বিধানসভা নিৰ্বাচনৰ পিছত তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ ওপৰত কণী নিক্ষেপ কৰা আৰু ‘চোৰ চোৰ’ শ্লোগান দিয়াটো পশ্চিম বংগত এক সাধাৰণ ঘটনাত পৰিণত হৈছে।…
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ
অপাৰেচন সিন্দুৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ ১০০ ৰো অধিক বিশিষ্ট ব্যক্তিয়ে দুয়োখন দেশৰ মাজত শান্তি, আলোচনা আৰু স্বাভাৱিক দ্বিপাক্ষিক…
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী
ভাৰতৰ আগশাৰীৰ এপভিত্তিক প্ৰতিষ্ঠান যেনে জ’মেট’, চুইগী, ৰেপিড’, জেপ্ট’ আৰু আৰবান কোম্পানীয়ে কৰ্ণাটক চৰকাৰৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনখনৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ…
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে
তামিলনাডুৰ ৰাজনীতিত এক অভূতপূৰ্ব পৰিৱৰ্তন আনি চিনেমাৰ চুপাৰষ্টাৰ চি জোচেফ বিজয়ে এতিয়া মুখ্যমন্ত্ৰী হিচাপে শাসনৰ গাদী চম্ভালিছে। নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনৈতিক বিশ্লেষক…
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়
দিল্লী উচ্চ ন্যায়ালয়ে সাংসদ ৰাঘৱ চাদ্ধাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ডীপফেইক আৰু ব্যংগাত্মক সমলসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়ালয়ে স্পষ্ট…
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ
মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তাবাচ্ছুম খানে ২০২২ চনৰ এক গো-ৰক্ষকৰ আক্ৰমণৰ গোচৰত ৭ গৰাকী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ…