NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে অপৰাধ অনু্সন্ধান শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT গঠন

আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 9:37 pm
Popular Stories

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈছে সন্দীপন গাৰ্গ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল এইজন সন্দীপন গাৰ্গ। কেমেৰা দেখি পলায়নৰ চেষ্টা কৰে সন্দীপন…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 9:21 pm
অভিমত

তন্ময় ফুকন আৰু সঞ্জীৱ নাৰায়ণে অসম আৰক্ষীক ম’বাইল আৰু কেমেৰা প্ৰদান কৰাৰ দাবী জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ

অসমৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই শেহতীয়াকৈ ফেচবুকত লিখিছে- ‘তন্ময় ফুকন আৰু সঞ্জীৱ নাৰায়ণ; দুয়োজন ব্যক্তিকে তেওঁলোকৰ হাতত থকা সম্পূৰ্ণ অসম্পাদিত ভিডিঅ’, ৰেকৰ্ড…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 9:09 pm
Popular Stories

নিৰন্তৰ ন্যাসৰ উদ্যোগত অসম ডাইনী হত্যা প্ৰতিষেধ, নিৱাৰণ আৰু সুৰক্ষা আইন, ২০১৫ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে এদিনীয়া আলোচনাচক্ৰৰ আয়োজন

নিৰন্তৰ ন্যাসে আজি অসম ডাইনী হত্যা প্ৰতিষেধ, নিৱাৰণ আৰু সুৰক্ষা আইন, ২০১৫ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে এদিনীয়া আলোচনাচক্ৰৰ আয়োজন কৰে। “Justice in Practice:…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 8:33 pm
Popular Stories

যোৰহাটৰ ক’ত সম্পন্ন হ’ব জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ? পৱিত্ৰ মাৰ্ঘেৰিটা-সিদ্ধাংকু অংকুৰ বৰুৱাক দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰীৰ

সোণাপুৰৰ কমাৰকুছিত মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। পৰিয়ালৰ আৰু জাতীয় দল-সংগঠনৰ সৈতে আলোচনামৰ্মে ৰাজ্য চৰকাৰে সোণাপুৰত জুবিন গাৰ্গৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 7:26 pm
অভিমত

শ্যামকানু আৰু সিদ্ধাৰ্থক প্ৰশ্নবাণেৰে থকা-সৰকা স্বৰ্ণকমলজয়ী চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীৰ

https://www.facebook.com/share/p/1Fux4PEniy জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ বাবে আপুনি আইনগতভাৱে দোষী হ‘ব পাৰে বা নহ’বও পাৰে – সেই সিদ্ধান্ত আইনে ল’ব। কিন্তু আপুনি নৈতিক…

উৎপল বৰপূজাৰী · September 24, 2025 6:50 pm
অসম

প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক কাষত বহুৱাই সঞ্জীৱ নাৰায়ণৰ সংবাদমেল!

অসমীয়া ভাষাত দুৰ্বল সঞ্জীৱ নাৰায়ণে সংবাদ মাধ্যমৰ প্ৰশ্নত বিব্ৰত হৈ পৰাৰ সন্দেহত কাষত বহুৱাই ল’লে মৃদুভাষী সাংবাদিক-সম্পাদক প্ৰশান্ত ৰাজগুৰুক! এই অভিযোগ আমাৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 5:26 pm
অসম

জুবিন গাৰ্গৰ নামত উদ্ভণ্ডালি কৰা জাতীয় সংগঠনৰ উদণ্ড নেতাৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভ কেমিষ্টছ এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছনৰ

যোৱা ১৯ ছেপ্তেম্বৰ তাৰিখে প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হৈছিল কেমিষ্টছ এণ্ড ড্ৰাগছ এছ’চিয়েছনৰ বাৰ্ষিক সভা। উক্ত দিনা সভাখন সুকলমে অনুষ্ঠিত হোৱাৰ পিছত…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 3:38 pm
Popular Stories

ৰাহুলৰ অভিযোগৰ পিছতে আয়োগৰ ডাঙৰ পদক্ষেপ! কি পৰিৱৰ্তন কৰিলে আয়োগে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘ভোট প্ৰৱঞ্চনা’ক লৈ এক নতুন বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে কৰ্ণাটকৰ আলণ্ড বিধানসভা সমষ্টিত ‘ভোট…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 3:34 pm
Popular Stories

কণ্ঠৰুদ্ধ কৰা ব্যৱস্থাৰ অংশ আৰু হ’ব নোৱাৰি! প্ৰতিবাদৰ মাজতে পদত্যাগ জনসংযোগ বিষয়াৰ

তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা উত্তাল পৰিস্থিতিৰ মাজতেই জনসংযোগ বিষয়া সমৰেশ বৰ্মনে পদত্যাগৰ ঘোষণা কৰে। “নৈতিক চিন্তা” আৰু “বিবেকৰ সংঘৰ্ষ”ৰ কথা উল্লেখ কৰি…

এন ই নাও নিউজ, গুৱাহাটী · September 24, 2025 2:54 pm