Author: এন ই নাও নিউজ, নতুন দিল্লী
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়া নৱজোত সিং (৫২)ৰ ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। দেওবাৰে দিল্লী কেণ্টনমেণ্টৰ…
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ
যি হ’ব লগা আছিল সেয়াই হ’ল৷ এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলখনৰ বিষয়ে মাত্ৰ এইখিনি ক’লেই হয়তো যথেষ্ট৷ কি হ’ল? ভাৰতে জয়লাভ কৰে। সহজেই…
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নুমলীগড় শোধনাগাৰত কাৰ্যসূচীলৈ আহি লটিঘটি বহুজনৰ। ঘণ্টা জুৰি পথত আবদ্ধ হৈ থাকিবলগীয়া হ’ল সভালৈ লোকসকল। দেওবাৰে ইথানল প্ৰকল্প উদ্বোধনৰ…
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া
এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ…
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক
উত্তৰ প্ৰদেশৰ হৰদয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা। জন্মদিন উদযাপনৰ অজুহাতত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।…
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত
উত্তৰ-পূব ভাৰতত ৫.৯ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছে। যদিও কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই, কৰ্তৃপক্ষই পৰিস্থিতি সদায় নিৰীক্ষণ কৰি আছে আৰু…
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ
৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অৱস্থিত অবৈধ কয়লা খনিত বিপজ্জনক খননৰ প্ৰক্ৰিয়াকে ধৰি অবৈধ কয়লা খননক লৈ আন্তৰ্জাতিক…
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী
লামডিং ৰেলৱে ষ্টেচনৰ ওচৰত এজন সাংবাদিকক প্ৰহাৰ কৰা ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাক লৈ নিজাববীয়াকৈ…
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?
ইউনেস্ক’ৰ ‘বিশ্ব ঐতিহ্য’ৰ আংশিক তালিকাত অন্তৰ্ভুক্ত হৈছে সাতটা ভাৰতীয় স্থান। ইউনেস্ক’ৰ ভাৰতৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে কয় যে এই সংযোজনে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ,…
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ
এছিয়া কাপত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। মেচখন ওচৰ চাপি অহাৰ লগে লগে বৰ্জনৰ আহ্বান অধিক প্ৰবল হৈ পৰিছে। এই…