Author: এন ই নাও নিউজ, গুৱাহাটী
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত
ভাৰতীয় হকী দলটোৱে ৰাজগীৰ হকী ষ্টেডিয়ামত ইতিহাসৰ সৃষ্টি কৰিছে। এছিয়া কাপ ২০২৫ৰ ফাইনেলত কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ দখল…
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা
কেৱল ভালপোৱাই নহয়, নাৰীয়ে পুৰুষ সংগীৰ পৰা আৰু আন বহু প্ৰত্যাশা কৰে। কিন্তু তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ বৰ কঠিন হয়। ” অন্তৰ…
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ
দিল্লী আদালতে আদানী গ্ৰুপৰ মানহানিকাৰক আৰু অসত্য তথ্য প্ৰকাশৰ অভিযোগত বহুকেইজন সাংবাদিক আৰু দুটা ৱেবছাইটৰ বিৰুদ্ধে অস্থায়ী নিষেধাজ্ঞা জাৰি কৰিছে। বিশেষ দেৱানী…
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে উইক্ৰেইনৰ ওপৰত সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ চলালে ৰাছিয়াই। এই আক্ৰমণত কমেও তিনিজন লোকৰ মৃত্যু হৈছে আৰু ১৮…
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ
দক্ষিণ কোৰিয়াৰ ভূমিত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক গৌৰৱান্বিত কৰি পুৰুষ কম্পাউণ্ড আৰ্চাৰী দলে বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছে। অমন ছাইনী, ঋষভ যাদৱ, আৰু প্ৰথমেশ…
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম। অসমত চলি থকা উচ্ছেদ অভিযানৰ মাজতে বনাঞ্চলৰ বেদখলৰ উদ্বেগজনক তথ্যই ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ…
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ অসমৰ বিচাৰ বিভাগৰ
অসমৰ বিচাৰ বিভাগে সংসদৰ সদস্য (সাংসদ) আৰু বিধানসভাৰ সদস্য (বিধায়ক)ৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলি থকা গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত…
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ
শেহতীয়াকৈ গোলাঘাট জিলাত বেৰিকেডৰ বাবে এজাক বনৰীয়া হাতীয়ে পথ পাৰ হ’বলৈ সংগ্ৰাম কৰি থকা এটা ভিডিঅ’ই জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।…
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা
সংসদীয় নিৰ্বাচনত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ (LDP) শোচনীয় পৰাজয়ৰ পাছতে দলৰ ভিতৰত তীব্ৰ চাপৰ সন্মুখীন হোৱাত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগৰ সিদ্ধান্ত লৈছে।…
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা! ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী
অসম-অৰুণাচল সীমান্তত ধেমাজিৰ মাজুলীপুৰ অঞ্চলত পথ নিৰ্মাণক লৈ বিগত কেইদিন ধৰি তীব্ৰ উত্তেজনা চলি আছে। অৰুণাচল প্ৰশাসনে সীমান্তত আৰম্ভ কৰা পথ নিৰ্মাণৰ…