NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থিত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক অসমত আদৰণি জনাবলৈ পাই সুখী হোৱা বুলি উল্লেখ…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 8:30 pm
দেশ

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

শুকুৰবাৰে বন্দুকৰ গুলীৰ শব্দত পুনৰ জোকাৰি গ’ল ছত্তীশগড়ৰ ‘ৰেড কৰিডৰ’। আবুঝমাৰৰ গভীৰ জংঘলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ৫ মাওবাদী নিহত হয়।…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 8:06 pm
অসম

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে। এইবাৰ তেওঁৰ পৰিয়ালৰ অধিকাংশ সদস্যই “বিদেশী” বুলি দাবী কৰিছে শৰ্মাই।…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 7:07 pm
অসম

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ লতাশিলত প্ৰায় ৯ হাজাৰ ‘টিউটৰ’ শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 6:12 pm
দেশ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

প্ৰথমে তেওঁ কৈছিল হনুমান আদিবাসী। এতিয়া তেওঁ কৈছে যে আদিবাসীসকল হিন্দু নহয়। মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী উমাং সিংঘৰৰ এই মন্তব্যই…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 5:10 pm
দেশ

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

এগৰাকী মহিলাৰ আপত্তিজনক ভিডিঅ’ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন বিমান পাইলটৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মহিলাগৰাকীৰ অনুমতি অবিহনে চোৰাংচোৱা কেমেৰাত ভিডিঅ’ কৰি…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 4:19 pm
দেশ

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

দেশৰ ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ পাইছে। বহু মন্ত্ৰীৰ বিৰুদ্ধে হত্যা, অপহৰণ,…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 3:19 pm
অসম

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ক’বলৈ গ’লে যেন সপোনৰ আৰম্ভণি। এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ মেথিউ ব্ৰিট্জকেৰ বেটিং যেন অপ্ৰতিৰোধ্য। প্ৰটিয়াছৰ মিডল অৰ্ডাৰ বেটছমেনগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে কেৰিয়াৰৰ পঞ্চমখন…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 2:15 pm
Popular Stories

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

কৰ্ণাটকৰ স্থানীয় নিৰ্বাচন ইভিএমত নহয়, বেলট পেপাৰতহে হ’ব লাগে। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ নিৰ্বাচন আয়োগক পৰামৰ্শ দিছে। সমগ্ৰ দেশতে ইভিএমৰ বিৰুদ্ধে জনমত…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 1:02 pm
Popular Stories

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তাৰে এজন ৭৪ বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ এগৰাকী মহিলা ন্যায়াধীশলৈ…

এন ই নাও নিউজ, গুৱাহাটী · September 5, 2025 12:30 pm