Author: এন ই নাও নিউজ, গুৱাহাটী
যশস্বী-সুন্দৰ বাহিনীৰ বিক্ৰমেৰে অ’ভেলত ইংলেণ্ডৰ সন্মুখত বিশাল লক্ষ্য; ক্ৰ’লীক আউট কৰিলে ছিৰাজে
যশস্বী জয়ছোৱাল, আকাশ দীপ, সুন্দৰৰ আগত নতশিৰ হ’ল ইংলেণ্ড। ক’বলৈ গ’লে যশস্বী জয়ছোৱালৰ বেটিং আছিল শক্তিশালী। ভাৰতীয় অ’পেনাৰগৰাকীয়ে শতকৰে ইংলেণ্ডৰ বলাৰসকলক শাসন…
এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ
আচাৰ্য চাণক্য হৈছে পৃথিৱীৰ বিখ্যাত পণ্ডিত। তেওঁৰ দ্বাৰা ৰচিত পুথি চাণক্য নীতি পৃথিৱীৰ সকলো ঠাইতে বহুলভাৱে প্ৰচাৰিত। যদি কোনো ব্যক্তিয়ে এই পুথিখন…
অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ
শুকুৰবাৰে ইডিয়ে ৩ হাজাৰ কোটি টকাৰ ঋণৰ গোচৰত অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট নোটিচ জাৰি কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই গোচৰত জড়িত…
ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত এতিয়ালৈকে কমেও ৫ টা শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আহতসকলৰ…
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পুনৰ প্ৰবঞ্চনা কৰা বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৬ জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি দল আৰু…
গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ ভিতৰত গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। তেওঁলোকে ভৱিষ্যদ্বাণী কৰিছে যে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰচণ্ড…
‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক
ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ বন্ধ কৰাত ব্যৰ্থ হৈছে গুজৰাট চৰকাৰ! গুজৰাট প্ৰশাসনক কাৰ্যতঃ ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থাক জোকাৰি গৈছে আৰু ধৰ্ষণৰ পৰা হাত…
উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: ৫ দিনত বেদখলমুক্ত হ’ল ১১০০ হেক্টৰ বনাঞ্চল
পঞ্চম দিনত প্ৰৱেশ কৰিলে গোলাঘাট জিলাৰ উৰিয়ামঘাটত চলি থকা বৃহৎ উচ্ছেদ অভিযানে। শুকুৰবাৰে প্ৰকাশিত এক আনুষ্ঠানিক বিবৃতি অনুসৰি, ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৮,০০০…
বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ
সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূখণ্ডসমূহ বেদখল মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাই আছে। শেহতীয়া খবৰ অনুসৰি উৰিয়াম ঘাটৰ…
চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা
সম্প্ৰতি দেশত অভিলেখ গঢ়িছে চাইবাৰ অপৰাধৰ ঘটনাই। অপৰাধীয়ে ঘণ্টাৰ পিছত ঘণ্টা ডিজিটেল এৰেষ্ট কৰি, লিংকত ক্লিক কৰিবলৈ কোৱা, বা কেতিয়াবা নিৰ্দিষ্ট নম্বৰত…