Author: নৰ্থ-ইষ্ট নাও
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম
বিহাৰৰ নতুন ভোটাৰ তালিকাক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি তেজস্বী যাদৱে। শনিবাৰে পুৱা এখন সংবাদমেল সম্বোধন কৰি তেওঁ…
জিমত ৱৰ্কআউটৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ ৩৭ বছৰীয়া যুৱকৰ মৃত্যু
২০২৫ চনৰ ১ আগষ্ট শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত পুনেৰ চিঞ্চৱাড অঞ্চলৰ নাইট্ৰ’ জিমত ৱৰ্কআউটৰ সময়ত মিলিন্দ কুলকাৰ্ণী নামৰ এজন ৩৭ বছৰীয়া…
ভাৰতীয় ৰাজনীতিত পৰমাণু বোমা ফুটালে ৰাহুল গান্ধীয়ে! কঁপি উঠিব পাৰে চৰকাৰৰ ভেটি
লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে “ভোট চুৰি” চলি আছে আৰু নিৰ্বাচন আয়োগৰ পোনপটীয়াকৈ এই…
মানৱ সৰবৰাহ-ধৰ্মান্তৰকৰণৰ গোচৰত কেৰালাৰ দুগৰাকী নানৰ জামিন মঞ্জুৰ আদালতৰ
ছত্তীশগড়ৰ বিলাসপুৰ জিলাৰ এখন বিশেষ আদালতে শনিবাৰে (২ আগষ্ট ২০২৫) মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেৰালাৰ দুগৰাকী নানকে ধৰি তিনিগৰাকী ব্যক্তিক জামিন…
ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ নিৰ্দেশ ট্ৰাম্পৰ; বৃদ্ধি পাইছে উত্তেজনা
আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক পুনৰ উত্তপ্ত হৈ পৰিছে। ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভৰ মন্তব্যত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক…
নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি
মুম্বাইৰ পৰা কলিকতা অভিমুখী ইণ্ডিগ’ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হৈছে এগৰাকী অসমৰ ব্যক্তি। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই আক্ৰমণৰ…
অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ
শেহতীয়াকৈ ডিমা হাচাওত ৰাজহুৱা পুঁজিৰে নিৰ্মিত অনাথ আশ্ৰম এখন বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধন কৰা ঘটনাক সমালোচনা কৰি যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ…
‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী
‘অপাৰেচন মহাদেৱ’ৰ পিছত এতিয়া চলি আছে ‘অপাৰেচন অখল’। জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই পূৰ্ণাংগ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছে। খবৰ অনুসৰি শনিবাৰে পুৱা ভাৰতীয় সেনাই…
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই
শুকুৰবাৰে নিজ নিজ জুৰীয়ে ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ কথা ঘোষণা কৰে। এই বছৰ বঁটাৰ বাবে ফিচাৰ ছবিৰ শাখাত…
২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ
আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। শুল্ক গাঁথনি কাৰ্যকৰী হ’লে কৃষি খণ্ডত কৰ্পোৰেটাইজেছন হোৱাটো নিশ্চিত। ইতিমধ্যে নিখিল ভাৰত কৃষক সভাই…