NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, নতুন দিল্লী

অসম

১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অনিল আম্বানীক ইডিৰ চমন

১৭ হাজাৰ কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ গোচৰত ইডিয়ে অনিল আম্বানীক চমন কৰিছে। শুকুৰবাৰে পুৱা ৭ বজাত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন…

এন ই নাও নিউজ, নতুন দিল্লী · August 1, 2025 9:47 am
অসম

ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তিনিচুকীয়াত মানৱ সৰবৰাহৰ চেষ্টা; উদ্ধাৰ ২৬ গৰাকী ছোৱালী

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত সন্দেহযুক্ত মানৱ সৰবৰাহৰ চেষ্টা ব্যৰ্থ কৰা হৈছে। ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তামিলনাডুলৈ লৈ যোৱাৰ পৰা ৪ নাবালককে…

এন ই নাও নিউজ, গুৱাহাটী · August 1, 2025 9:05 am
অসম

সেউজ উইকেটত সমস্যাত ভাৰত; ব্যৰ্থ টপ অৰ্ডাৰ, কৰুণৰ অৰ্ধশতকেৰে ভাৰতৰ স্ক’ৰ ৬ উইকেটত ২০৪

ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাৰ পূৰ্বৰ চাৰিখন টেষ্টত উইকেটৰ পৰিস্থিতি বিশেষ সমস্যা নাছিল। কিন্তু ডাৱৰীয়া বতৰত অভালৰ সেউজীয়া উইকেটত বেটিং কৰাটো সহজ নহ’ব…

এন ই নাও নিউজ, গুৱাহাটী · August 1, 2025 8:07 am
Popular Stories

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

মিলিন্দ সুমনৰ বয়স প্ৰায় ষাঠি বছৰ। মুখত দাড়ি, পেশীবহুল শৰীৰ আৰু ছয় ফুট উচ্চতা। বয়সৰ লগে লগে যেন তেওঁ ‎সৰু হৈ আহিছে।…

এন ই নাও নিউজ, গুৱাহাটী · August 1, 2025 6:30 am
অসম

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত নাছিল পিতৃ-মাতৃ। সেই সময়তে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি দুই নাবালকক জীৱন্তে জ্বলাই দিয়া হৈছে। এনে এক নৰকীয় ঘটনাৰ সাক্ষী হৈছে…

এন ই নাও নিউজ, নতুন দিল্লী · July 31, 2025 9:30 pm
অসম

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়াৰ সৈতে জড়িত একাধিক গোচৰৰ উদ্ধৃতি দি এই ডাঙৰ পৰ্যবেক্ষণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ পৰ্যবেক্ষণ…

এন ই নাও নিউজ, নতুন দিল্লী · July 31, 2025 8:25 pm
Popular Stories

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

মঙলবাৰে (২৯ জুলাই) বিত্ত মন্ত্ৰালয়ে সংসদত কয় যে ৰাজহুৱা খণ্ডৰ বেংকসমূহে (পিএছবি) পাঁচ বছৰৰ ভিতৰত ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে প্ৰায় ৯…

এন ই নাও নিউজ, গুৱাহাটী · July 31, 2025 7:45 pm
অসম

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ ঘটিল যাত্ৰা বিভ্ৰাট! লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি ধৰা পৰে। দিল্লী বিমানবন্দৰৰ পৰা লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰলৈ উৰা মৰাৰ আগতেই…

এন ই নাও নিউজ, গুৱাহাটী · July 31, 2025 7:13 pm
Popular Stories

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

প্ৰথমতে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়াৰ সৈতে জড়িত কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি এই কথা…

এন ই নাও নিউজ, গুৱাহাটী · July 31, 2025 6:49 pm
অসম

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

ৰাজধানী দিছপুৰত অৱস্থিত শ্ৰীমন্ত শংকৰ একাডেমীয়ে আয়োজন কৰা এক বিস্তৃত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি অসমৰ এছচিইআৰটিৰ তত্বাৱধানত সামৰণি পৰে।  চলিত বৰ্ষৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 31, 2025 6:41 pm