Author: এন ই নাও নিউজ, গুৱাহাটী
৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ
এখন ক্লিনিকে চেৰ’গেচিৰ (ভাড়াতীয়া মাতৃ) নামত আনৰ কেঁচুৱা বিক্ৰী কৰি টকা উপাৰ্জন কৰিছিল। দেওবাৰে আৰক্ষীয়ে ক্লিনিকত অভিযান চলাই এগৰাকী চিকিৎসককে ধৰি ৮জন…
অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন
‘অপাৰেশ্যন সিন্দুৰ’ক লৈ লোকসভা আৰু ৰাজ্য সভাত বিৰোধীয়ে প্ৰতিবাদ কৰাৰ পিছত সোমাবাৰে দিনৰ ১২ পৰ্যন্ত স্থগিত ৰখা হৈছে সংসদৰ কাৰ্য্যবিধি। উল্লেখ্য যে…
CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ নিয়ম কাৰ্যকৰী হোৱাৰ এবছৰতকৈ অধিক সময়ৰ পাছতো এই আইনৰ অধীনত কিমানজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে…
এইবাৰ বাৰাবাংকি মন্দিৰত আতংক! বিদ্যুতৰ তাঁৰ ছিঙি ২ জনৰ মৃত্যু,পদপিষ্টৰ ঘটনাত আহত ৩২ জন
হৰিদ্বাৰৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকি মন্দিৰ। ঔশানেশ্বৰ মহাদেৱ মন্দিৰত পূজা দিবলৈ গৈ দুজন ভক্তৰ মৃত্যু ঘটে। হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি ভক্তৰ…
ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ
ডিব্ৰুগড় এটা হাউছিং কমপ্লেক্সত দেওবাৰে বিয়লি অগ্নি সুৰক্ষাৰ উন্মুক্ত টেংকীত পৰি এটি ৭ বছৰীয়া শিশুৰ মৃত্যু হয়। কৰ্তৃপক্ষই নিহত শিশুটিক যোৰহাটৰ মৰিয়নীৰ…
জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে
ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অদমনীয় যুঁজ। শেষত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে মানচেষ্টাৰ টেষ্ট মেচ ড্ৰ’ৰ প্ৰস্তাৱ আগবঢ়ায়। ফলত বেয়া পিটচতো ভাৰতে…
হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?
“সকলো ঠিক হৈ যাব,” “ইতিবাচক চিন্তা”, “ইয়াত ভাগি পৰিবলৈ কি আছে?” এনেবোৰ কথা প্ৰথম দৃষ্টিত ইতিবাচক যেন লাগিব পাৰে। কিন্তু যেতিয়া মনটো…
এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক
এইচ আই ভি (Human Immunodeficiency Virus) হৈছে এনে এক ভাইৰাছ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ক্ৰমান্বয়ে ধ্বংস কৰে, যাৰ ফলত সাধাৰণ ৰোগবোৰো…
দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ হাও-ভাও ইতিমধ্যে ৰাজ্যত অনুভূত হৈছে। সম্প্ৰতি সকলো শাসক-বিৰোধী দল নিৰ্বাচনী ৰণনীতি প্ৰণয়নত ব্যস্ত হৈ পৰিছে। এই পৰিস্থিতিত টিকট…
অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক
গুৱাহাটীৰ দক্ষিণগাঁও অঞ্চলত সংঘটিত এক গুৰুতৰ হিট এণ্ড ৰান ঘটনাৰ অভিযোগত সোমাই পৰিছে অসমীয়া অভিনেত্ৰী নন্দিনী কাশ্যপ। শনিবাৰৰ পুৱতি নিশা সংঘটিত হয়…