Author: এন ই নাও নিউজ, গুৱাহাটী
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে
নিউয়ৰ্ক চহৰত অনুষ্ঠিত ডেম‘ক্ৰেটিক দলৰ প্ৰাইমাৰী নিৰ্বাচনত মেয়ৰ জোহৰান মামদানি আৰু ডেম‘ক্ৰেটিক ছ‘চিয়েলিষ্ট মুভমেণ্টে এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে। মঙলবাৰে ঘোষণা কৰা…
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা
বুধবাৰে নিশা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ ভেনিজুৱেলাত ধাৰাবাহিক দুটাকৈ অতি শক্তিশালী ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰাজধানী কাৰাকাছ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত…
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?
বিগত তিনি বছৰ ধৰি ক’ভিড মহামাৰীৰ লগতে ভুৱা বাতৰিৰ দ্ৰুত সম্প্ৰসাৰণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে শেহতীয়াকৈ আফ্ৰিকাৰ কেইবাখনো দেশত ইব’লা…
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ
ট্ৰাম্প প্ৰশাসনৰ কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা আৰু টিকটৰ আকাশলংঘী মূল্যৰ মাজতো আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ এক অভূতপূৰ্ব অভিলেখ…
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ
দিল্লীৰ প্ৰাক্তন পৰিবহন আৰু পৰিৱেশ মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি বিধায়ক কৈলাশ গেহলটৰ পৰিয়াললৈ এক অতি আনন্দৰ খবৰ কঢ়িয়াই আনিছে তেওঁৰ কন্যা দেৱীনা…
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই
নিউয়ৰ্কৰ ৰাজনীতিত ঘটিছে এক ডাঙৰ পৰিৱৰ্তন । ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাথমিক নিৰ্বাচনত ৭১ বছৰীয়া প্ৰবীণ নেতা আড্ৰিয়ানো এস্পাইলাটক পৰাস্ত কৰিছে ৩২ বছৰীয়া যুৱ…
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা
ভাৰতত পাছপ‘ৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয় যদিও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৪ সংখ্যক পাছপ’ৰ্ট সেৱা দিৱসত এই…
শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ
শিক্ষাৰ্থীসকলৰ সামগ্ৰিক কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে মধ্যপ্ৰদেশৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যখনৰ মহাবিদ্যালয়সমূহত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মানসিক স্বাস্থ্য সজাগতা এক বাধ্যতামূলক…
বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম
ফিফা বিশ্বকাপ ২০২৬ৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা বিভাগে ইৰানৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ বাবে ভ্ৰমণৰ নিয়ম আংশিকভাৱে শিথিল কৰিছে। পূৰ্বৰ নিয়ম অনুসৰি দলটোক…
আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!
বৰ্তমান সময়ত চিকিৎসাৰ ব্যয় ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা…