Author: এন ই নাও নিউজ, গুৱাহাটী
পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?
পিতৃ-মাতৃৰ মাজত অশান্তি! নিম্ন আদালতে কন্যা সন্তানক স্বামীক দিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে মাতৃয়ে সেই আদেশ পালন নকৰিলে। আনহাতে, পিতৃয়ে জীয়েকক নিবলৈ আহিলে…
জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক
ৰাজহুৱা স্থানত এগৰাকী যুৱতীক চুমা খোৱা আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন যুৱক। এই ঘটনা সংঘটিত হৈছিল বেংগালুৰুৰ গোবিন্দপুৰা অঞ্চলত।…
হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
আজি অৰ্থাৎ ২৪ জুলাইত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰেণুকাস্বামী হত্যাকাণ্ডৰ কানাড়া অভিনেতা দৰ্শন থুগুদীপা আৰু আন ছয়জনক জামিন প্ৰদান কৰাৰ বাবে কৰ্ণাটক উচ্চ…
বিশ্বৰ সকলো দেশেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম কৰিব লাগিবঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
২০২৫ চনৰ ২৩ জুলাইত হেগৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰি ঘোষণা কৰে যে, ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ চুক্তি (UNFCCC) আৰু ২০১৫…
ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!
সামজিক মাধ্যম বা আন কোনো ক্ষেত্ৰৰ ব্যক্তি নিশ্চিত যে প্রাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ হঠাৎ পদত্যাগ কেৱল এদিনীয়া ঘটনা নহয়, বা ইয়াৰ কাৰণ…
৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ
মাকৰ ৩২ লাখ টকাৰ ফিক্সড ডিপ’জিটৰ ওপৰত চকু আছিল পুত্ৰৰ। যাৰ বাবে মাতৃ হত্যা কৰিলে দত্তক সন্তানে। মধ্যপ্ৰদেশৰ শ্বেওপুৰত সংঘটিত হৈছে এই…
পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল
পূৰ্বেও ৰটৱেইলাৰ আৰু পিটবুল কুকুৰে শিশুক কামোৰাৰ ঘটনা সংঘটিত হৈছে। পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে বিধানসভাত নতুন আইন প্ৰণয়ন কৰা…
গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে
গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে যোৱা ২৪ জুলাইত গোৱালপাৰা জিলাত উচ্ছেদ অভিযানৰ সময়ত…
চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে
ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা জাননী অনুসৰি শিক্ষা বিভাগৰ অন্তৰ্গত চৰকাৰী আদৰ্শ মহাবিদ্যালয় সমূহৰ কিছুসংখ্যক পদত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ নিযুক্তিৰ জাননী প্ৰকাশ পাইছে…
তিৰুপতী বালাজী মন্দিৰৰ লাড়ুত পশুৰ চৰ্বি পৰীক্ষা কৰিবলৈ সংস্থাপিত নতুন মেচিন
তিৰুপতী বালাজীৰ প্ৰসাদত থকা ঘিউত জন্তুৰ চৰ্বি থাকে– এই অভিযোগ উত্থাপন কৰি তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ নিৰ্বাচন পিছুৱাই…