Author: নৰ্থ-ইষ্ট নাও, গুৱাহাটী
মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ
মুম্বাইত সংঘটিত ধাৰাবাহিক ৰে’ল বিস্ফোৰণৰ ১২জন অভিযুক্তক দোষমুক্ত কৰাৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহাৰাষ্ট্ৰ চৰকাৰ।…
অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ
মঙলবাৰে কোকৰাঝাৰত হাজাৰ হাজাৰ আদিবাসী পুৰুষ-মহিলা একত্ৰিত হৈ চৰকাৰক আনুষ্ঠানিকভাৱে অনুসূচিত জনজাতি (এছটি) হিচাপে স্বীকৃতি দি ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনায়।…
চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ
চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনৰ সময়ছোৱাত ৩৫৫৮টা ভুৱা আৰু অস্তিত্বহীন সংস্থাই মিছা আশ্ৰয় লৈ ১৫,৮৫১ কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট আদায় কৰা বুলি…
হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী
দক্ষিণ গাৰো পাহাৰৰ গাছুপাৰাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে হাতী- মানুহৰ সংঘাত। গাঁবাসীয়ে দৈনিক বন্যহস্তীৰ দৈনিক আক্ৰমণৰ সন্মুখীন হৈ অহিছে। গাঁওবাসীৰ মতে, প্ৰতিদিনে…
ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক
১৯৯৩ চনত বিশাখাপট্টনম আৰু মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদে দেশৰ বিভিন্ন ৰাজ্যত সাধাৰণ জনতাৰ হকে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই…
‘দ্ৰৌপদী প্ৰথা’! ‘পৰম্পৰা’ ৰক্ষা কৰি হিমাচলত দুই ভাতৃৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী
ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিবাহক কেন্দ্ৰ কৰি থকা ৰীতি-নীতিৰ বৈচিত্ৰ্যই আচৰিত কৰাটো নিশ্চিত। ধৰ্ম, অঞ্চল আৰু জাতি অনুসৰি ৰীতি-নীতি আৰু ব্যৱস্থা সলনি…
আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ব্ৰহ্মপুত্ৰ নদীত চীনৰ আটাইটকৈ বৃহৎ নদী বান্ধ নিৰ্মানৰ কথা ঘোষণাৰ পিছতে ইয়াৰ পৰা হ’ব পৰা ভয়াবহ পৰিণতিক লৈ সচেতন ৰাইজে উদ্বেগ প্ৰকাশ…
কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত দেশৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। উপ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে…
‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়
ইণ্ডিয়াবুলছ হাউছিং ফাইনেন্সৰ বিৰুদ্ধে উত্থাপিত ধন আত্মসাৎৰ অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত চিবিআইৰ অনুপস্থিতিৰ বাবে কঠোৰ ভাষাৰে ভৎৰ্সনা কৰে দেশৰ শীৰ্ষ…
ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ
শেহতীয়াকৈ বিহাৰ নিৰ্বাচনৰ পূৰ্বে এটা বিষয় চৰ্চালৈ আহিছে যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত এজন ব্যক্তি নাগৰিক হয় নে নহয়…