NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ইলন মাস্কে আমেৰিকাক দুটা দলৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰিব বিচাৰে। এইবাৰ পোনপটীয়াকৈ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে। শনিবাৰে…

এন ই নাও নিউজ, গুৱাহাটী · July 6, 2025 9:53 am
অসম

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান ঘটিছে। দেওবাৰে নিশা ২-৩৩ বজাত মহানগৰীৰ নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ…

এন ই নাও নিউজ, গুৱাহাটী · July 6, 2025 8:57 am
অসম

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

এজবাষ্টনত কেতিয়াও জয়ী হোৱা নাই ভাৰতে। ইয়াত অনুষ্ঠিত হোৱা ৮খন টেষ্টৰ ভিতৰত এতিয়ালৈকে এখনো টেষ্টত জয়ী হোৱা নাই টিম ইণ্ডিয়াই। কিন্তু এতিয়া…

এন ই নাও নিউজ, গুৱাহাটী · July 6, 2025 7:45 am
জীৱনশৈলী

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

সুস্বাস্থ্যৰ বাবে ফল-মূল খোৱাটো অতি প্ৰয়োজন। কিন্তু কি ফল খালে কি হয় কোন মানুহে কি ফল খাব নালাগে এই বিষয়ে আমাৰ কোনো…

এন ই নাও নিউজ, গুৱাহাটী · July 6, 2025 6:30 am
আন্ত: ৰাষ্ট্ৰীয়

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেচনেল বেংক (পিএনবি) কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰু পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী…

এন ই নাও নিউজ, গুৱাহাটী · July 5, 2025 9:10 pm
ক্ৰীড়া

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডৰ ৱৰ্চেষ্টাৰত অনুষ্ঠিত হৈ থকা পুৰুষৰ ১৯ বছৰ অনুৰ্ধ যুৱ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ছিৰিজত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে নতুন অভিলেখ । ১৪ বছৰীয়া…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 5, 2025 9:07 pm
Popular Stories

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

২০২৫ চনৰ ৫ জুলাইত এডগবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক শুভমন গীলে চাৰিটা ইনিংছত তৃতীয়টো শতকৰে নিজৰ আধিপত্য…

এন ই নাও নিউজ, গুৱাহাটী · July 5, 2025 9:00 pm
Popular Stories

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

বিদ্যালয়খনৰ এখন দেৱালতহে ৰং কৰা হ’ব। তাৰ বাবে চাৰি লিটাৰ ৰঙৰ প্ৰয়োজন হ’ব। আৰু ২৩৩ জন ৰাজমিস্ত্ৰী। অধিক নিখুঁতভাৱে ক’বলৈ গ’লে ১৬৮…

এন ই নাও নিউজ, গুৱাহাটী · July 5, 2025 8:44 pm
দেশ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

দিল্লীৰ এক বিশেষ আদালতে ৪০০ কোটি টকাৰ দুৰ্নীতিত অভিযুক্ত অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা কৰিছে। এই সিদ্ধান্তটো ইডিয়ে দাখিল কৰা আবেদনৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 5, 2025 8:02 pm
Popular Stories

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত অংশগ্ৰহণ কৰাৰ অভিযোগত এজন যুৱকৰ বিৰুদ্ধে আদালতে ছুও মোটু ব্যৱস্থা গ্ৰহণ কৰে। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ত এক গোচৰৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 5, 2025 7:59 pm