Author: এন ই নাও নিউজ, গুৱাহাটী
লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা
আৰম্ভণিৰে পৰাই নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱৰ বংশৰ বিৰোধিতা কৰি আহিছে। নীতিশ কুমাৰৰ সহযোগী বিজেপিয়ে কংগ্ৰেছৰ বংশ ব্যৱস্থাক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে।…
মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা
পত্নী ছোনম ৰঘুবংশীৰ বিৰুদ্ধে মেঘালয়ত মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ অহাৰ সময়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্বিলঙৰ হোমষ্টেৰ পৰা স্কুটি…
গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ
গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ ভঙাগড়ৰ চিলাৰায় পথৰ নিজৰ ঘৰতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। ২১ বছৰীয়া ঈপ্সিতা দাস নামৰ…
উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক
ওড়িশাৰ গঞ্জাম জিলাৰ গোপালপুৰৰ সমুদ্ৰ তীৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। হাত ভৰি বান্ধি প্ৰেমিকৰ সমুখতেই প্ৰেমিকাক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ। এই ঘটনাৰ…
আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?
কোকৰাঝাৰ জিলাৰ বাগৰিবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছখন বড়ো বসতি প্ৰধান গাঁৱত অসম চৰকাৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে এটা সংৰক্ষিত বনাঞ্চলৰ অংশ ৩৬০০…
ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ
মঙলবাৰৰ পুৱা ফকিৰগঞ্জৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰা এখন যাত্ৰীবাহী নাও ব্ৰহ্মপুত্ৰ নদীত আবদ্ধ হৈ পৰে, ফলত ২০০ৰো অধিক যাত্ৰী কিছু সময়ৰ বাবে…
ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ
ইৰাণ-ইজৰাইল সংঘাত আৰম্ভ হোৱাৰ পৰাই ইৰাণ আৰু ইজৰাইল দুয়োখন দেশৰ বিমানবন্দৰৰ পৰা বিমান সেৱা বন্ধ কৰি দিছে। এনে পৰিস্থিতিত ভাৰতে পূব ইউৰোপৰ…
কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত সমগ্ৰ কৰ্ণাটকত বাইক টেক্সি নিষিদ্ধ কৰা হৈছে। ১৫ জুনৰ দিনটো আছিল বাইক টেক্সি চলাচলৰ অন্তিম দিন। সোমবাৰৰ…
পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন
২০২৫ চনৰ ১৭ জুনত প্ৰকাশ পোৱা ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (SIPRI) বছৰ পুথি অনুসৰি ভাৰতে পাকিস্তানক অতিক্ৰম কৰিছে, এতিয়া পাকিস্তানৰ ১৭০টা…
বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ
গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব থকাৰ পিছতো হাবুঙে বহু বছৰ ধৰি বেদখলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ধেমাজিৰ হাবুঙ-হালুং-হোফীত বেদখল কৰা ঐতিহাসিক ভূমি…