Author: এন ই নাও নিউজ, গুৱাহাটী
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি
হিজাব পৰিধান নকৰাৰ বাবে ইৰাণত ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিল। কিন্তু দেশখনৰ শাসকে এতিয়াও একেই কঠোৰ মানসিকতা পোষণ কৰি আহিছে। হিজাব নিপিন্ধাৰ অপৰাধত…
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ভাৰতীয় ৰেলত বিনা টিকটে ভ্ৰমণ কৰাটো এতিয়াৰে পৰা অধিক খৰচী হ’ব কাৰণ ৰেল মন্ত্ৰালয়ে বিনা টিকটে যাত্ৰা কৰা যাত্ৰীসকলৰ বিৰুদ্ধে জৰিমনাৰ পৰিমাণ…
৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট
ষোড়শ অসম বিধানসভাৰ চলিত বৰ্ষৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে অনুষ্ঠিত হ’ব। বিধানসভা সচিবালয়ে প্ৰকাশ কৰা সাময়িক সময়সূচী অনুসৰি,…
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়
ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সাংসদ বিপ্লৱ কুমাৰ দেৱ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে। প্ৰথম পত্নীৰ সৈতে ইতিমধ্যে তেওঁৰ বিবাহ বিচ্ছেদ…
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিক লৈ পাকিস্তান বৰ্তমান তীব্ৰ লাজ আৰু অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হৈছে। এই চুক্তিখন সম্পন্ন কৰাত…
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে
সংবিধান অনুসৰি চিহ্নিত পদপথত খোজ কঢ়াটো প্ৰতিজন পথচাৰীৰ মৌলিক অধিকাৰ। পথত চলাচল কৰা বাহনতকৈ ইয়াৰ অগ্ৰাধিকাৰ থাকিব। শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যুৰ ক্ষতিপূৰণৰ…
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ
NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰা ধাৰাবাহিক অনিয়মৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ মন্তৰত দেশবাসীয়ে এক অভূতপূৰ্ব আৰু উদ্ভাৱনীমূলক প্ৰতিবাদৰ…
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত
সুদীৰ্ঘ ২০ বছৰৰ পাছত শনিবাৰে মুম্বাইৰ এখন বিশেষ আদালতে ২০০৬ চনৰ মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰ আৰু তেওঁৰ চালকৰ হত্যাৰ গোচৰত আটাইকেইজন…
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি
প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ পিছত কেন্দ্ৰই কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু, কি লাভ হৈছে? পুনৰ ধৰা পৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ (এন টি এ)…
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা
বিখ্যাত দাৰ্শনিক আৰু লেখক আলব্যুৰ কেমু একেধাৰে এজন সুন্দৰ গ’লৰক্ষকো আছিল। তেওঁৰ এটা অতি বিখ্যাত কথা আছে য’ত তেওঁ কৈছিল যে মানুহৰ…