Author: এন ই নাও নিউজ, গুৱাহাটী
ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা
উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলবৎকাৰী সঞ্চালকালয় (ইডি)। তামিলনাডু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত সুৰা বিতৰণ কোম্পানী তামিলনাডু ষ্টেট মাৰ্কেটিং কৰ্পোৰেছনৰ বিৰুদ্ধে…
মেৰুদণ্ড ভাঙিল মাওবাদী সন্ত্ৰাসৰ: এনকাউণ্টাৰত নিহত সাধাৰণ সম্পাদক কেশৱ ৰাও
নিষিদ্ধ মাওবাদী সংগঠৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝমাদৰ অৰণ্যত ২১ মে’ ২০২৫ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক তীব্ৰ…
বিশ্বৰ আটাইতকৈ দ্ৰুততম ক্ষেপণাস্ত্ৰ, মাত্ৰ ৫ মিনিটত কাশ্মীৰৰ পৰা কন্যাকুমাৰীত হ’ব উপস্থিত
পৃথিৱীখন দ্ৰুতগতিত সলনি হৈছে। য’ত আধুনিক অস্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি যিখন দেশত আটাইতকৈ উন্নত অস্ত্ৰ-শস্ত্ৰ আছে, সেইখন দেশক আটাইতকৈ শক্তিশালী…
বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?
ইতিমধ্যে ৰাজস্থান ৰয়েলছ প্লে অফৰ পৰা বাহিৰ হৈছিল, ইতিমধ্যে তেওঁলোকে লীগ পৰ্যায়ত ১৪খন মেচ খেলিছে। ইয়াৰ লগে লগে আই পি এলৰ ১৮…
ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!
ভাৰতৰ নতুন আমদানি নিষেধাজ্ঞাৰ বাবে বাংলাদেশৰ কেইবাটাও ৰপ্তানিকাৰক কোম্পানী, ইয়াৰে এটা হৈছে PRAN RFL Group, বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ভাৰতৰ বাণিজ্য…
চীনৰ মধ্যস্থতাত তালিবানৰ সৈতে পুনৰ মিলিন সন্ত্ৰাসবাদ সমৰ্থনকাৰী দেশঃ আফগানিস্তানলৈ চিপিইচি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ফোন কলৰ পিছত তালিবানৰ বৈদেশিক মন্ত্ৰী মাউলাৱী আমিৰ খান মুত্তাকীয়ে বেইজিংলৈ যায় আৰু চীনৰ বৈদেশিক…
আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ নিযুক্তিৰ নিয়মাৱলীৰ বিৰুদ্ধে সৰৱ সদৌ অসম গৱেষক ছাত্ৰ সমাজ
ৰাজ্য চৰকাৰে শেহতীয়াকৈ মডেল ডিগ্ৰী কলেজৰ অধ্যাপক নিযুক্তিৰ বাবে দিয়া নিৰ্দেশনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম গৱেষক ছাত্ৰ সমাজে। বুধবাৰে…
মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে কেৰালাৰ পালাক্কাড জিলাত ২০২২ চনত আৰ এছ এছ নেতা শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অভিযুক্ত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ কেৰালা ইউনিটৰ তৎকালীন…
গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল
বনাঞ্চলৰ পৰিৱৰ্তন নিৰীক্ষণ কৰা ১০০টাতকৈও অধিক সংস্থাৰ বিশ্বব্যাপী নেটৱৰ্ক গ্ল’বেল ফৰেষ্ট ৱাট্চ-এ প্ৰকাশ কৰা নতুন তথ্য অনুসৰি ২০২৪ চনত ভাৰতে ১৮,২০০ হেক্টৰ…
৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?
আমেৰিকাৰ সংগীত চেন্সেশন প’ষ্ট মেল’নে ২০২৫ চনৰ ৮ ডিচেম্বৰত অসমৰ গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে চুবুৰীয়া ৰাজ্য…