Author: এন ই নাও নিউজ, গুৱহাটী
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ
ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ শেহতীয়া প্ৰতিবেদনত অসমৰ সামাজিক নিৰীক্ষণ গোটৰ পৰিচালনা আৰু কাৰ্যপ্ৰণালীত গুৰুতৰ বিসংগতি পোহৰলৈ আহিছে। গ্ৰামাঞ্চলৰ উন্নয়নমূলক কাৰ্যসূচীসমূহত স্বচ্ছতা…
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ
ছুপাৰমডেল হিচাপে খ্যাতি অৰ্জন কৰাৰ পিছত ফিটনেছৰ প্ৰতীক হিচাপে কিশোৰৰ পৰা বৃদ্ধ বয়সলৈকে মানুহক অনুপ্ৰাণিত কৰাৰ আন এটা নাম হৈছে মিলিন্দ সুমন।…
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ
পশ্চিম লণ্ডনৰ চাউথহলত ভাৰতীয় মূলৰ এজন যুৱকক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে। নিহত যুৱকজনৰ নাম গুৰৱেজ সিং (২৬)। ব্ৰিটেইনৰ মেট্ৰ’পলিটান আৰক্ষীয়ে…
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ
গোবিন্দা আৰু সুনীতা আহুজাৰ মাজত থকা অশান্তিৰ কথা প্ৰায়ে পোহৰলৈ আহে। যদিও গোবিন্দাই কেতিয়াও ৰাজহুৱা স্থানত পত্নীৰ সৈতে সম্পৰ্কৰ কথা ক’ব নিবিচাৰে।…
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা
হাইটিৰ পাছত এইবাৰ জাৰ্ছী বিতৰ্কত মহম্মদ ছালাহৰ ইজিপ্ত। ছালাহৰ দলৰ সাতটা তৰা থকা জাৰ্ছীত আপত্তি দৰ্শাইছে ফিফাই। প্ৰথমখন খেলত নমাৰ আগতেই এই…
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে
তেওঁৰ বয়স মাত্ৰ চৈধ্য বছৰ, কিন্তু প্ৰতিভা আৰু উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰত তেওঁ ডাঙৰ ডাঙৰ অভিযন্তাৰ লগতো ফেৰ মাৰিব পাৰে। মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এগৰাকী…
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ
ইৰানৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই অৱশেষত মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰি অহাৰ ইংগিত পোৱা গৈছে। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণৰ পথ হৰমুজ…
আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে
দিল্লীৰ এখন আদালতত এটা অতি আৱেগিক আৰু আচৰিত ঘটনা দেখিবলৈ পোৱা গৈছে। পাঁচ বছৰ ধৰি চলি থকা বিবাহ বিচ্ছেদৰ আইনী যুঁজ আৰু…
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী
দেশত চাকৰি নাই, নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। NEETৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱাটো এতিয়া দৈনন্দিন ঘটনাত পৰিণত হৈছে। বিৰোধী দল…
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত শনিবাৰে (১৩ জুন) এক বিশেষ আৰু আনন্দমুখৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অসমীয়া ভাষা আৰু…