NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

প্ৰথম ৩০ মিনিট চাই বুজিবই পৰা নগৈছিল যে সেয়া ব্ৰাজিলে খেলিছে। অথচ ৰাতি টোপনি ভাঙি চকু মেলি খেল চাবলৈ অপেক্ষা নকৰিলেই নহয়?…

এন ই নাও নিউজ, গুৱাহাটী · June 14, 2026 8:12 am
Popular Stories

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

ওমান সাগৰত ভাৰতীয় নাবিকৰ মৃত্যুৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন মেজৰ জেনেৰেল জি ডি…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 11:58 pm
Popular Stories

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে ফ্ৰান্সত পুনৰবাৰ বিশ্বৰ আগশাৰীৰ নেতাসকল একত্ৰিত হ‘বলৈ গৈ আছে। এই সময়ছোৱাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 11:43 pm
Popular Stories

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা ধন চুৰি কৰা অভিযোগত অভিযুক্ত লৱকুশ মিশ্ৰৰ ঘৰৰ পৰা প্ৰায় দহ লাখ টকা উদ্ধাৰ কৰা হৈছে। ৰাম মন্দিৰ…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 9:22 pm
ক্ৰীড়া

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া আইছি-নাগোয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন সংস্থাই এক শক্তিশালী ভাৰতীয় দল ঘোষণা কৰিছে। এই…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 9:13 pm
Popular Stories

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গুৱাহাটীত অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানৰ মাজতেই পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত গৰচুক আৰক্ষী থানাই এক নিয়মীয়া তালাচী অভিযান…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 9:08 pm
Popular Stories

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ধৰমশালাত শনিবাৰে অনুষ্ঠিত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত খেলপথাৰত নমাৰ লগে লগেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ বেটছমেন ৰোহিত শৰ্মাই এক নতুন ইতিহাস ৰচনা…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 7:26 pm
Popular Stories

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ। চলিত বৰ্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 6:42 pm
দেশ

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

আমি নিতৌ যি থালখন সজাই খাই আছোঁ, সেইবোৰ সঁচাকৈয়ে স্বাস্থ্যসন্মতনে? নে আমি অজানিতেই নিজৰ শৰীৰত বিষ সোমাই দিছোঁ? সাধাৰণ ৰাইজৰ এই অসচেতনতাক…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 6:19 pm
Popular Stories

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে দেখিবলৈ পোৱা মূল্যবৃদ্ধিৰ মাজতে এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি ২০২৬…

এন ই নাও নিউজ, গুৱাহাটী · June 13, 2026 5:38 pm