Author: অনিৰ্বাণ ৰয়
পোৱালি হাতী বিচাৰি চোৰাং বেপাৰীয়ে পিয়াপি দিছে অসমৰ জংঘলত
গুজৰাটলৈ চাৰিটা হাতীৰ পৰিবহণক লৈ চলা হুলস্থূলৰ মাজতে পোৱালি হাতী ধৰিবলৈ এতিয়াও অসমৰ জংঘলত পিয়াপি দিছে বন্যপ্ৰাণীৰ কুখ্যাত চোৰাং বেপাৰীয়ে। বনৰ হাতী…
কেনেকৈ মৃত ব্যক্তিজনে বিক্ৰী কৰিলে তেওঁৰ হাতী?
অসমত হাতী ক্ৰয় কৰা তথা বিক্ৰী কৰাটো ‘আইনীভাৱে স্বীকৃত’-আৰু আনকি এজন মৃত মানুহেও ৰাজ্যখনত তেওঁৰ হাতী বিক্ৰী কৰিব পাৰে। বন্যপ্ৰাণী (সুৰক্ষা) আইন,…
“শুংসূত্ৰহীন” অসমৰ ৬১টা হাতী
বনৰে হওক বা বন্দীয়েই হওক, অসমৰ হাতীয়েই হৈছে ভাৰতৰ অবৈধ জন্তু বেহাৰ সৰ্বাধিক নিপীড়িত ভুক্তভোগী। নৰ্থইষ্ট নাও-এ সংকলন কৰা প্ৰতিবেদন মতে, ২০০৮ৰ…
তৎকাল যা-যোগাৰে “অন্ধকাৰ” কৰিলে হস্তীৰ গুজৰাট গমন
গুজৰাটলৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজত চাৰিটা হাতী পৰিবহণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈ অসমৰ বন বিভাগে লোৱা সিদ্ধান্তত বন্যপ্ৰাণী অধিকাৰ কৰ্মীসকলক উৎফুল্লিত হৈ পৰিছে।…
অসমৰ হস্তী পৰিবহণ বিতৰ্কৰ উত্তৰ নিদিয়া প্ৰশ্নসমূহ
উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণৰ বাবে অসমৰ বন বিভাগে শেহতীয়াকৈ অনুমতি প্ৰদান কৰিছিল। পশু অধিকাৰ কৰ্মীসকলে…
হস্তী পৰিবহণক লৈ আলোচনাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত জগন্নাথ মন্দিৰৰ প্ৰতিনিধি
আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ এটা প্ৰতিনিধি দল গুৱাহাটীত বুধবাৰে উপস্থিত হৈছে, আৰু অসমৰ পৰা চাৰিটা হাতীৰ পৰিবহণৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ বাবে অসমৰ বন…
মুকেশ আম্বানিৰ পুত্ৰৰ সৈতে অসমৰ চোৰাং কাৰবাৰীৰ পুত্ৰৰ ‘হলিগলি’
মুকেশ আম্বানিৰ কণিষ্ঠ পুত্ৰ অনন্ত আৰু অসমৰ বন্যপ্ৰাণীৰ চোৰাংকাৰবাৰী মুমতাজ ছিদ্দিকিৰ পুত্ৰ ইমৰাণৰ মাজত আছে বিশেষ হলিগলি। আৰু, দুয়োটাৰ মাজত থকা সাধাৰণ…
আহমেদাবাদলৈ স্থলপথেৰে চাৰিটা হাতী পৰিবহণৰ বাবে আঁকোৰগোজ ‘মধ্যভোগী’য়ে চলাইছে আপ্ৰাণ প্ৰচেষ্টা
আইনী বাধা আৰু ৰেইলৱে প্ৰকাশ কৰা অনিচ্ছাৰ মাজতে জগন্নাথ মন্দিৰলৈ হাতী প্ৰেৰণৰ চুক্তিৰ সৈতে জড়িত আঁকোৰগোজ ‘মধ্যভোগী’ দুজনে এতিয়া এক ‘বিশ্বাসযোগ্য’ পথ…
জগন্নাথ মন্দিৰক ৪টা হাতী “বেচা”ত জড়িত ২ “দালাল”
আহমেদাবাদলৈ চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণক লৈ অসমৰ বন বিভাগ চাকনৈয়াত পৰাৰ সময়তে “বুজাবুজি” ঢৌত প্ৰত্যক্ষভাৱে জড়িত দুই “দালাল” বৰ্তমান পোহৰলৈ আহিছে। অসমৰ…
চাৰি হাতীৰ আহমেদাবাদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন
অসমৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা হাতী স্থানান্তৰণ বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল হৈছে। উত্তৰ…