Author: অভিক চক্ৰৱৰ্তী, ডিব্ৰগড়
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল
যোৱা ২২ মে’ত ৰহস্যজনক পৰিস্থিতিত প্ৰাঞ্জল লাহন নামৰ ২৯ বছৰীয়া যুৱক নিৰুদ্দেশ হোৱাৰ পিছত টিংখাং সমষ্টিৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ৰংছুৱাল গাঁৱত…
ডিব্ৰুগড়ৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বিদ্যালয়ত উপস্থিত নোহোৱাকৈ উপস্থিতি নম্বৰ দিয়াৰ অভিযোগ
ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চলৰ জোকাইস্থিত ঐতিহাসিক ১০ নং বৰবিল প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্থাপিত এক অভিযোগে জিলাখনত ক্ষোভৰ সৃষ্টি কৰিছে। সহকাৰী শিক্ষয়িত্ৰী নয়নমণি চেতিয়াই…
মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন! ভাৰত-ম্যানমাৰ সীমান্তত দুই আলফা-স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ
যোৱা ৫ মে’ৰ নিশা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংছাউ পাছত নিষিদ্ধ আলফা-স্বাধীনৰ দুজন সক্ৰিয় সদস্যই নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা দুজন…
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সোমবাৰে গুইজানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই গুইজানত আৰম্ভ কৰিব…
অসমত প্ৰথমজন HMPV ৰোগী চিনাক্ত! ডিব্ৰুগড়ত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে ৰোগবিধ
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি এটি ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে হিউমেন মেটাপনিউমোভাইৰাছ (এইচএমপিভি)। এএমচিএইচৰ অধীক্ষক ধ্ৰুবজ্যোতি ভূঞাই কয়…
ডিব্ৰুগড়ত দুৰ্ঘটনাক্ৰমে এক আকস্মিক গুলীচালনাত মৃত্যু অসম আৰক্ষী কনিষ্টবলৰ
দেওবাৰে ডিব্ৰুগড়ত দুৰ্ঘটনাক্ৰমে আকস্মিকভাৱে নিজেই চলোৱা গুলীত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ এজন কনিষ্টবলে। নিহত কনিষ্টবলজন ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এ এছ পি)ৰ…
তিনিচুকীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪ জন; গুৰুতৰভাৱে আহত দুজন
মঙলবাৰে পুৱাই তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। শিশুসহ ছয়জন লোক কঢ়িয়াই অনা চুইফট ডিজাইৰ (নম্বৰ AS06AA2583)গাড়ী…
বিশাল ফুকনৰ পিছত আন এজন অনলাইন প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ; আৰক্ষীৰ ব্যাপক অভিযান
প্ৰৱঞ্চক বিশাল ফুকনৰ পিছত এইবাৰ আন এজন অনলাইন প্ৰৱঞ্চক ৰঞ্জিত কাকতিক ট্ৰেডিং এফএক্সৰ নামত শ শ লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে…
অমৃতপল সিঙৰ অধিবক্তাৰ পৰিচয়েৰে ডিব্ৰুগড়ৰ হোটেলক ৫৩ হাজাৰ টকাৰ প্ৰতাৰণা মহিলাৰ
‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙৰ আইনী উপদেষ্টা বুলি দাবী কৰা এগৰাকী মহিলাই ডিব্ৰুগড়ৰ এখন হোটেলত ভুৱা ইউপিআই পেমেণ্ট কৰি ৫৩ হাজাৰ…
ডিব্ৰুগড়ত দুই সন্তানসহ ব্ৰহ্মপুত্ৰত জপিয়ালে মহিলাই; উদ্ধাৰ অভিযানত আৰক্ষী-এছডিআৰএফৰ দল
দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ বগীবিল দলঙৰ তলৰ বগীবিল “টি” পইণ্টৰ পৰা দুই সন্তানৰ সৈতে এগৰাকী মহিলাই ব্ৰহ্মপুত্ৰ নদীত জপিয়াই পৰে। আৰক্ষীৰ এক সূত্ৰই…