ভাৰতৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ‘ফিউছাৰ মাৰ্কেট’ৰ শৃংখলা ‘বিগ বাজাৰ’ এখন ষ্টোৰ ডিব্ৰুগড়ত আৰম্ভ কৰা হ’ব। ৩৬,০০০ বৰ্গফুট এলেকাত বিগ বাজাৰৰ ষ্টোৰখন ডিব্ৰুগড়ৰ এ…