Author: এন ই নাও নিউজ
অভিনেতা অক্ষয় কুমাৰৰ আগত অসমৰ গামোচাক প্ৰসংশা প্ৰধান মন্ত্ৰী মোডীৰ
অভিনেতা অক্ষয় কুমাৰে নিৰ্বাচনৰ সময়ত লোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সাক্ষাৎকাৰত আলোচনা প্ৰসংগত পুনৰবাৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে প্ৰসংশা কৰিলে অসম আৰু অসমীয়াৰ…
আলফা স্বাধীনত আন এক আঘাত; অৰুণাচলৰ টিৰাপত আটক দুধৰ্ষ আলফা কেডাৰ
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনৰ বাবে আন এক আঘাত হানি অসম ৰাইফলছৰ হাতত আটক হয় বিদ্ৰোহী সংগঠনটোৰ মৃদুল মহন্ত ওৰফে…
শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক
শিৱসাগৰ জিলাৰ উপা্য়ুক্ত ডাঃ এছ লক্ষ্মণনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা প্ৰেক্ষাগৃহত বুধবাৰে জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।এই বৈঠকত উপায়ুক্তগৰাকীয়ে জিলাখনত…
হোজাইত পুনৰ জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ড; সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰিলে মোবাইল ফোনত
হোজাইত পুনৰ সংঘটিত হ’ল জঘন্য দলবদ্ধ বলাৎকাৰৰ ঘটনা। বুধবাৰে হোজাইৰ দিঘলীজাৰণি গাঁওত সংঘটিত হয় নাৰকীয় ঘটনাটো। তথ্যৰ পৰা পোৱা খবৰৰ ভিত্তিত মঙলবাৰে…
মাৰ্ঘেৰিটাত বিজেপি কৰ্মী পুলকেশ মহন্তক হত্যাৰ চেষ্টাৰে ঘৰলৈ লক্ষ্য কৰি গুলীচালনা
মঙলবাৰে অসমৰ চৈধ্যটা লোককসভা সমষ্টিৰ বাবে তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সামৰণি পৰে। নিৰ্বাচনৰ সামৰণিৰ দিনাই মাৰ্ঘেৰিটাত অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ এগৰাকী কৰ্মীক…
কোকৰাঝাৰ সমষ্টিত ৰঞ্জিত দাস আৰু নৱ কুমাৰ শৰণীয়াৰ ভোটদান
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত আজি ভোটাধিকাৰ সাব্যস্ত কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ৰাতিপুৱাই দাসে সপৰিয়ালে বৰপেটা ৰ’ডৰ গোপীনাথ বৰদলৈ…
কৰিমগঞ্জ আৰু স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ১নং কৰিমগঞ্জ (অনুসুচিত জাতি) আৰু ৩ নং স্বায়ত্তশাসিত জিলা (অনুসুচিত জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত…
আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ
আজি ৰা্জ্যত অনুষ্ঠিত হ’ব অসমৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৫…
ত্ৰিপুৰাত ৰিগিঙৰ অভিযোগ পৰ্য্যবেক্ষণৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ নিৰ্বাচন আয়োগৰ
ত্ৰিপুৰাত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত ৰিগিং হোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগত নিৰ্বাচন আয়োগে সোমবাৰে বিষয়টো পৰ্য্যালোচনা কৰাৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ কৰিছে।…
ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ পাছতো পদক বঞ্চিত মীৰাবাই চানু
চীনৰ নিংগবোত অনুষ্ঠিত হৈ থকা এচিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপত পদকৰ পৰা বঞ্চিত হয় বিশ্ব চেম্পিয়ন আৰু কমনৱেলথ গেইমছৰ সোণৰ পদক বিজয়ী ভাৰতৰ তাৰকা…