Author: দীপজ্যোতি শৰ্মা
ল’কডাউন ৫ত কিদৰে পাব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
দেশৰ লগতে ৰাজ্যত পঞ্চম পৰ্যায়ৰ ল’কডাউন । এই ল’কডাউনৰ বাবে ডিজেটেল পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল দিবলৈ সাজু ছেবা।…
মুখ্য মন্ত্ৰীৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিৰ প্ৰথমখন প্ৰতিবেদন দাখিল
আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে প্ৰতিবেদন দাখিল কৰে। অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত মহামাৰী ক’ৰ’না…
জুবিন গাৰ্গৰ সৈতে জনপ্ৰিয় গীতৰ জন্মদিয়া এইগৰাকী শিল্পীয়ে ল’কডাউনত পদপথত ব্ৰইলাৰ বিক্ৰী কৰি পোহপাল দিছে পৰিয়াল
ল’কডাউনে বহুলোকৰ জীৱন-জীৱিকালৈ ভাবুকি কঢ়িয়াই আনিছে। ল’কডাউনৰ ফলত অসমৰ এগৰাকী শিল্পীয়েও তেওঁৰ জীৱিকাৰ পথ সলনি কৰিবলৈ বাধ্য হ’ল। ল’কডাউনে তীব্ৰ সংকটৰ মাজলৈ…
অখিল গগৈ, সতীৰ্থৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল নিয়াৰ
আজি নিয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ১৩/১৯ গোচৰত নিয়া আদালতত চাৰ্জশ্বীট…
চৰকাৰে জন-ধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া
কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে চৰকাৰে জন–ধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে। এক ভিডিঅ’যোগে এই মন্তব্য কৰি বিৰোধী দলপতি শইকীয়াই দুখীয়া শ্ৰমিক আৰু কৃষকসকলক…
সোণাপুৰৰ যোগদলত নতুন টোলগেট স্থাপনৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ
সোণাপুৰৰ যোগদলত নতুন টোলগেট স্থাপনৰ বিৰোধিতা কৰি ডিমৰীয়া আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ…
ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, গুৱাহাটীত বিপদসীমালৈ ১.৫ মিটাৰ বাকী
নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ লগতে বৃদ্ধি হৈছে লুইতৰ জলপৃষ্ঠ৷ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে লুইত৷ প্ৰতি ঘন্টাত বাঢ়িছে লুইতৰ জলপৃষ্ঠ৷ প্ৰতি ঘন্টাত ব্ৰহ্মপুত্ৰৰ পানী…
১২০ গৰকিলে চিৰযৌৱনা কটনে : জন্ম জয়ন্তীত উকা দেৱদাৰু নগৰী, কি কয় কটনীয়ানে
ঐতিহ্যমণ্ডিত কটন ৰাজ্যিক বিশ্ববিদ্যালয়ে আজি ১২০টা বসন্তত গৰকিলে। মহাবাহুৰ পাৰত নিজৰ স্বকীয় গৰিমাৰে আজিও জিলিকি আছে কটন । ১১৯ বছৰে কটনে পাতি…
সুখবৰ : বিক্ৰীৰ লগতে খাব পাৰিব গাহৰি মাংস; মন্ত্ৰীয়ে জনালে ক’ত কেনেদৰে হ’ব উপলব্ধ
‘১০০ বছৰ হ’ল আফ্ৰিকান চোৱাইন ফিভাৰৰ ভেকচিন ওলোৱা নাই। ই ক’ৰ’নাৰ বাপেক’, পশু চিকিৎসা মহাবিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল’ৰা হোষ্টেলসমূহক কৰা হ’ব কোৱাৰেন্টাইন চেন্টাৰ : আৱাসীক আৱাস খালী কৰাৰ নিৰ্দেশ
কোৱাৰেন্টাইন চেন্টাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহ অধিগ্ৰহন কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰিবলৈ পুনৰ ৰাজ্যত নতুন…