Author: দীপজ্যোতি শৰ্মা
ৰাজ্যত নতুনকৈ ৩৫জন কোভিড-১৯ ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ৪২৭লৈ বৃদ্ধি
অসমত আজি ৩৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪২৭ জনলৈ বৃদ্ধি পায়। আজি…
ক’ৰ’নাতংকৰ মাজতে এটা ভাল খবৰ : এ’প’ল হাস্পতালে নিৰ্মাণ কৰিছে এক বিশেষ চিকিৎসা সঁজুলি
কৰ’নাৰ এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ৰাজ্যৰ সকলো কোভিড আক্ৰান্ত ৰোগী তথা ইয়াৰ সৈতে জড়িত হৈ থকা চিকিৎসক সকলৰ কাৰণে গুৱাহাটীস্থিত এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই…
ৰাজ্য চৰকাৰে অসম আৰক্ষীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে; দেবব্ৰত শইকীয়া
ৰাজ্যৰ বিজেপি চৰকাৰে অসম আৰক্ষীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকাৰ অভিযোগ আনিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা…
শৃংখল চলিহাৰে সম্পৰ্ক! : দুঘন্টা ধৰি চিআইডিৰ জেৰা প্ৰাক্তন বিধায়ক কংগ্ৰেছী সুশান্ত বৰগোহাঁইক
উলুবাৰীস্থিত অসম আৰক্ষীৰ চিআইডিৰ মুখ্য কাৰ্যালয়ত আজি হাজিৰ হয় থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই। ৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত…
শ্ৰমিকৰ পৰিবহণ ব্যয়ৰ বাবে ৫ লাখ টকা দান দিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
ল’কডাউনৰ ফলত বহি:ৰাজ্যত আবদ্ধ হৈ থকা যিসকল একেবাৰে দুৰ্দশাগ্ৰস্ত শ্ৰমিক বাচেৰে অসমলৈ ঘূৰি আহিব বিচাৰিছে সেইসকলৰ সহায় কৰিব বিচাৰি মহানুভৱতাৰ পৰিচয় দিছে…
‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটো পৰিৱেশনেৰে মানৱতা প্ৰকাশ কৰক’ : ভৱেন চৌধুৰী
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো মাহামাৰীল ক’ৰ’নাই সন্ত্ৰাস চলাই মানৱ সমাজলৈ সংকট নমাই অনাৰ সময়তে এক ব্যতিক্ৰমী প্ৰয়াসেৰে মানৱতাৰ জয়গান গোৱাৰ আহ্বান জনাইছে…
৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা লোকৰ নামতো আত্মসাৎ প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন; সোণোৱাল চৰকাৰক তীব্ৰ কটাক্ষ মনজিৎ মহন্তৰ
‘‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত চলা ব্যাপক দুৰ্নীতিয়ে সোণোৱাল চৰকাৰৰ শূণ্য সহনশীল নীতিক এক প্ৰহসনত পৰিণত কৰিছে ৷ ৰাজ্যৰ প্ৰতিখন পঞ্চয়তত…
‘চিণ্ডিকেটৰ অৰ্থ কি আচলতে মই নাজানো’ : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস
‘চিণ্ডিকেটৰ অৰ্থ আচলতে মই নাজানো। চিণ্ডিকেটৰ সংজ্ঞা মই নাজানো৷ চিণ্ডিকেট বুলি ক’লে তাৰ অৰ্থ যিটো অভিধানত যিটো আমি অৰ্থ পাওঁ, ব্যৱহাৰত যিটো…
মোদী চৰকাৰে সহায় নকৰিলে ৰাজ্যৰ জনসাধাৰণ আন্ধাৰত থাকিবলগীয়া হ’লহেতেন : হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজিত এখন সংবাদমেলত ক’ৰ’নাৰ ভয়াবহ সংক্ৰমণৰ সময়ত মুকলি কৰি দিয়া বৃহৎ অৰ্থনৈতিক পেকেজৰ বাবে…
ঘৰলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকে লাভ কৰিব তিনি মাহৰ খাদ্যবস্তু, পদপথৰ ব্যৱসায়ীক ১০,০০০ টকালৈ ঋণ; সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোভিড-১৯-ৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ…