Author: দীপজ্যোতি শৰ্মা
মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলী চালনা অচিনাক্ত দুৰ্বৃত্তৰ
আজি মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত শিহৰণকাৰী ঘটনা সংঘটিত হয়। ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰীত বুধবাৰে এই গুলীচালনা ঘটনা সংঘটিত হয়। মৰিগাঁওৰ বালাজী হাৰ্ডৱেৰৰ…
৩০ জুলাইত ক’ৰ’নাৰ বিৰুদ্ধে দেৱবাদ্য মংগলধ্বনি কাৰ্য্যসূচী সফল কৰিবলৈ সদৌ অসম দেৱালয় সংঘৰ আহ্বান
বৰ্তমান সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাই থকা ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে বিশ্বৰ প্ৰায় সকলো দেশৰ চিকিৎসক, চিকিৎসাকৰ্মী, শক্তি-জনস্বাস্থ্য-পানীযোগান, চাফাই কৰ্মী, আৰক্ষী, এম্বুলেঞ্চ সেৱা…
লক্ষ্য ২০২১ বিধানসভা নিৰ্বাচন; ১ আগষ্টৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বুথলৈ যাওঁ আহক কাৰ্যসূচী
এক আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যজুৰি ২৬ হাজাৰ বুথ সমিতিত সামৰি ব্যাপক সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। আগন্তুক বিধানসভা নির্বাচনৰ…
গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ
ক’ৰ’নাৰ ভয়াৱহতাৰ লগতে প্ৰতিকূল বতৰক নেওচি আজি গুৱাহাটী ক্লাবত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত…
‘মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এগৰাকী নৃত্যশিল্পীৰ কাতৰ অনুৰোধ
‘মোক সুস্থ কৰি দিয়ক৷ মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এক ভিডিঅ’ যোগে এই কাতৰ অনুৰোধ ৰাজ পাল নামৰ এগৰাকী নৃত্যশিল্পীৰ৷ ৰাজ…
অসমক মাছ উৎপাদনত আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্য মীন বিভাগৰ, ১২ বিষয়াক নিযুক্তি
কৰ’না মহামাৰীৰ মাজতে মীন বিভাগক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যৰ বন তথা মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। শুকুৰবাৰে জনতা ভৱনত…
অসম আৰক্ষী সেৱা মনোবৃত্তিৰ হ’ব লাগিব, বছগিৰী মনোবৃত্তিৰ হ’লে নহ’ব: ডিজিপি
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মহানগৰীৰ ভৰলুত বৃহস্পতিবাৰে শাৰীৰিকভাৱে অক্ষম ১৭ বছৰীয়া এজন কিশোৰক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে। “অসম…
মুখ্য মন্ত্ৰী সোণোৱালৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী কাৰ্য্যকলাপ প্ৰসংগত দৃষ্টি আকৰ্ষণ কৰি পত্ৰ ৰিপুন বৰাৰ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জিলা ভ্ৰমণৰ চৰকাৰী কাৰ্য্যসূচীত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়কক স্বীকৃতি নিদিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি…
ক’ৰ’নাৰ মাজতে সুখবৰ; ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগত হ’ব বৃহৎ নিযুক্তি
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যৰ নিবনুৱা সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষি আৰু পশু পালন বিভাগে। জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত…
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ ৰিপুণ বৰাৰ
কৰ’না শেষ হ’লে বিৰোধীক দিনে এশ গ’লকৈ দিম বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই…