Author: দীপজ্যোতি শৰ্মা
নতুন উদ্যোগ আইন প্ৰত্যাহাৰ নকৰিলে গঢ়ি তোলা হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন : ৰিপুন বৰা
‘২৯ জুনত কেবিনেট বৈঠকৰ পিছতে অধ্যাদেশযোগে ঘোষণা কৰা নতুন উদ্যোগ নীতিয়ে অসমত জাতি-মাটি-ভেটি সৰ্বকালৰ বাবে কবৰ দিয়া হ’ল’, গহপুৰৰ নিজ বাসভৱনত অনুষ্ঠিত…
গুৱাহাটী লকডাউনৰ তৃতীয় দিনত ৫জনক গ্ৰেপ্তাৰ, ৫৮ বাহন জব্দ
আৰক্ষীয়ে গুৱাহাটীত লকডাউনৰ তৃতীয় দিনা বুধবাৰে নিয়ম উলংঘাকাৰী পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে। দিনটোত নিয়ম…
কৃত্ৰিম বানত ডুবিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ
কৃত্ৰিম বানত ডুবিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। নেৰা নেপেৰা বৰষুণৰ ফলত আজি কৃত্ৰিম বানৰ ডুৱ গৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক…
‘পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে বিজেপিয়ে’ : আপ
বিজেপি দলে নিৰ্বাচনৰ সময়ত পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে। এই অভিযোগ আম আদমি পাৰ্টি, অসমৰ। সংবাদ…
গুৱাহাটীৰ লাখটকীয়াত গাড়ীৰ ভিতৰত মৃতদেহ উদ্ধাৰ
শুভ্ৰজ্যোতি বৰুৱা নামৰ এজন লোকৰ মৃতদেহ গুৱাহাটীৰ লাখটকীয়াৰ ফ্লাইঅ’ভাৰৰ সমীপত গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে। লাখটকীয়াৰ প্ৰেছিডেণ্ট হোটেলৰ সন্মুখত AS-01AV-7932 নম্বৰৰ নেন’ গাড়ীৰ…
মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ
বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে…
মহানগৰীত কঠোৰ আৰক্ষী; ল’কডাউনৰ প্ৰথম দিনটোতে ১১২ খন বাহন জব্দ
গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৮ জুনৰ পৰা চৈধ্য দিনৰ বাবে সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে। দেওবাৰে…
আজি প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক
আজি প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। ৰাজ্যিক কেবিনেটত আজি বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব দিয়ে…
মৰ্মান্তিক! ভূমিস্খলনত মাটিত পোত খাই মৃত্যুক সাবটিলে নৃত্যশিল্পী প্ৰিয়ংকাই
খাৰঘূলিৰ হিড়িম্বাপুৰত আজি পুৱা এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। পাহাৰৰ মাটি খহি প্ৰিয়ংকা বড়ো নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীয়ে মৃত্যুক সাবটি…
গুৱাহাটীৰ ল’কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল
গুৱাহাটীৰ ল’কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল কৰা হ’ব৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন জাৰী কৰা এখন জাননীত কোৱা হৈছে যে…