Author: ড॰ হীৰেন গোহাঁই
জনকণ্ঠৰ সিংহনাদ
তেজপুৰৰ গুণগ্ৰাহী এচাম মানুহে দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মাৰ জন্মবাৰ্ষিকী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক ‘জনকণ্ঠ’ বুলি আনুষ্ঠানিকভাৱে অভিহিত কৰিব খুজিছে৷ দেশপ্ৰাণ শৰ্মাই দেশৰ স্বাধীনতাৰ…
আইন, আদালত, ন্যায়
ক্ষমতালিপ্সু, ক্ষমতাগৰ্বী, চৰকাৰে গণতন্ত্ৰৰ সকলো নিয়ম-নীতি ভৰিৰে গছকি দেশক ত্ৰস্তমান কৰি ৰখাৰ যি আয়োজন চলিছে, তাৰ বিৰুদ্ধে যৎকিঞ্চিৎ বাধা দুটা দিশৰ পৰাই…
আকৌ এবাৰ, গান্ধী মাৰ্ডাৰ!
কলকাতাৰ এখন পূজাথলীত দেখুওৱা হৈছে দেৱীয়ে বুকুত যাঠিৰে শালি পেলোৱা এনে এক মহিষাপুৰ যাৰ মাজত অসুৰ ৰজাৰ ক্ষত্ৰিয়সুলভ বিক্ৰম বা দানবীয় জিঘাংসা…
সুৰংগ দৃষ্টি
ইংৰাজীত এটা বাক্যাংশ আছে– tunnel vision, যাক অসমীয়াত ‘সুৰংগ দৃষ্টি’ বুলি অনুবাদ কৰিব পাৰি৷ সুৰংগ এটাৰ এমূৰত ৰৈ ভিতৰলৈ চাই পঠিয়ালে প্ৰথমতে…
অসমৰ তথাকথিত সীমা-সমস্যা
বাংলাদেশীয়ে অসম আৰু অসমীয়াৰ পৈত্ৰিক মাটি গ্ৰাস কৰিলে বুলি এচাম দেশপ্ৰেমিকে তাল-ফাল লগাই থকা সময়তে অসমৰ মাটি গাৰ বলেৰে দখল কৰি খিলঞ্জীয়া…
দিল্লীৰ প্ৰবসুৱা চিঠিঃ লুইতক ভেটিব কোনে?
গুৱাহাটীৰ কমাৰ ভাটীৰ লেখিয়া গৰমৰ পৰা কিছুদিন সাৰি থাকিলেও মন অসমতে পৰি আছে। যাবলৈ ওলাইছো। কেইটামান কথা মনলৈ আহিছে, ৰাইজক জনাবলৈ মন…
অসমীয়াৰ অস্তিত্ব আৰু সাহিত্যসভা
সৰুতে আইৰ মুখত সাহিত্যসভাৰ অধিৱেশন সম্পৰ্কে শুনা সেই গহীন, কিন্তু উৎসাহী, নিষ্পাপ, সৰলতা ভৰা বিৱৰণে মনত গাঁঠি পেলাইছিল অসম সাহিত্যসভাৰ এখন গৌৰৱময়…
ধৰ্মৰ ৰহস্য, ৰাজধানীৰ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা
আমি ধাৰ্মিক মানুহ নহওঁ বাবে ধৰ্মৰ খুটি-নাটি লৈ মূৰ নঘমাওঁ। কিন্তু সমাজৰ বহু মানুহ ধৰ্মক লৈ মতলীয়া বা হিংস্ৰ হৈ পৰা দেখিলে…
বানপানী, জলবায়ু সংকট, জীৱন সংকট
মুখ্যমন্ত্ৰীয়ে শিলচৰৰ ৰাস্তাত উঠা পানীৰ সোঁতত নাও চলাই, বজালীৰ গাঁও অঞ্চলত এককাল পানীত নামি বৰ্নাত্য ৰাইজৰ সকাহৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ চমৎকাৰ ফটো…
গণতন্ত্ৰৰ জয়যাত্ৰা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গণতন্ত্ৰৰ নৈষ্ঠিক ভক্ত। তেখেতে দেশে-বিদেশে, প্ৰয়োজনে-অপ্ৰয়োজনে গণতন্ত্ৰৰ জয়গান কৰে। এইটো সোঁৱৰাই দিবলৈ নাপাহৰে যে ভাৰতীয় সমাজ-সংস্কৃতি গণতন্ত্ৰৰ লগত বহু…