অসম ওদালগুৰিত হাতী-মানুহৰ সংঘাত অব্যাহত : এসপ্তাহত হাতীৰ গচকত নিহত ২ দুজন
ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত অৱস্থিত গাওঁসমূহত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। শেহতীয়াভাৱে হাতীৰ আক্ৰমণত এসপ্তাহতে দুজন মানুহৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা…
ছাজিদ খান · October 12, 2018 5:23 pm