Author: জাহ্নৱী বৰুৱা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া শাসনকালত বিধ্বস্ত ভাৰতৰ অৰ্থনীতি: ৰিপুন বৰা
শুক্ৰবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া শাসনকালত ভাৰতৰ বিধ্বস্ত অৰ্থনীতিৰ…
“এফালে বিজেপিৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰীৰ হাঁহি, আনফালে মাজুলীবাসীৰ মৃত্যুৰ ভয়ত কিৰিলি”: ভূপেন কুমাৰ বৰা
বৃহস্পতিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বুধবাৰে হৈ যোৱা নাও দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে…
“সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে” সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মজয়ন্তীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত দীঘলীপুখুৰীস্থিত সুধাকণ্ঠৰ প্ৰতি মূৰ্তিত পুষ্পঞ্জলি অৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়।…
ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি : প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ ঘোষণা
ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিপ্রাৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ…
কাগজ কলৰ কৰ্মচাৰীৰ সুৰক্ষাৰ স্বাৰ্থত সদায় লগত থাকিব কংগ্ৰেছ: আশ্বাস সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
অসমত বন্ধ হৈ থকা এই কাগজ ক’লৰ কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্রেছ কমিটি সদায় এই কৰ্মচাৰীসকলৰ লগত থাকিব বুলি…
স্বাস্থ্যবিভাগত ৯০০০পদত দিয়া হ’ব নতুন নিযুক্তি; ছেপ্টেম্বৰতেই প্ৰকাশ পাব বিজ্ঞাপন
স্বাস্থ্যবিভাগত ৯০০০পদত দিয়া হ’ব নতুন নিযুক্তি; ছেপ্টেম্বৰতেই প্ৰকাশ পাব বিজ্ঞাপন ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৭০ গৰাকীক নিযুক্তি দিছে ৰাজ্য চৰকাৰে। খানাপাৰাৰ অসম…
“জলবোমা’ৰ বিস্ফোৰণ হ’লে দায়ী হ’ব বিজেপি চৰকাৰ”: সাংসদ অজিত কুমাৰ ভূঞা
অসমৰ ৰাইজৰ যুক্তিপূৰ্ণ দাবী আৰু ৰাজ্যখনৰ কেইবাগৰাকীও স্বনামধন্য বিশেষজ্ঞৰ সকলো বৈজ্ঞানিক যুক্তি নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে উত্তৰ অসমৰ ৰাইজৰ জীৱন…
প্ৰকাশ পালে ৰাজ্য চৰকাৰৰ বহু অপেক্ষিত এছ অ’ পি; কিমান শিথিল হ’ল, কিমান থাকিল প্ৰতিবন্ধকতা?
ৰাজ্য চৰকাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ উন্নতি হোৱা বুলি দাবী কৰি অহাৰ মাজতে আজি প্ৰকাশ পালে নতুন এছ অ’ পি। ক’ভিডৰ এই নতুন…
বিজেপি চৰকাৰক বিভিন্ন বিষয়কলৈ তুলাধূনা প্ৰদেশ কংগ্ৰেছৰ
মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি চৰকাৰৰ বিৰুদ্ধে চৰম প্ৰতিবাদ সাৱ্যস্ত কৰি কয় “বিজেপি…
ঈশান উদয় জলপানিৰ ১০০ কোটিটকীয়া কেলেংকাৰীৰ তথ্য ফাদিল
শুক্ৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি উদঙাই দিয়ে ঈশান উদয় জলপানিৰ ১০০কোটি টকীয়া কেলেংকাৰীৰ তথ্য। এই বিষয়ে ছাত্ৰ মুক্তি সংগ্ৰাম…