Author: জাহ্নৱী বৰুৱা
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা
সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত সম্প্ৰতি পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছকে ধৰি…
পৰীক্ষা বিতৰ্ক: চৰকাৰক অবিবেচক, অদূৰদৰ্শী, টোঘলকী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ
শুক্ৰবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদে অবিবেচক, অদূৰদৰ্শী, টোঘলকী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। লগতে বিকল্প পৰীক্ষা পতাৰ…
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ সপ্তমখন বৈঠক, গ্ৰহণ কৰা হ’ল কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?
বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ সপ্তমখন বৈঠক। সপ্তমখন কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই সিদ্ধান্ত…
কোভিড পৰিস্থিতি সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা চৰকাৰৰ, কি আছে নতুন নিৰ্দেশনাত?
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কোভিড পৰিস্থিতিক লৈ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে…
মুখ্যমন্ত্ৰীলৈ সাংসদ গৌৰৱ গগৈৰ পৰামৰ্শ —’দল ভঙাতকৈ নিজৰ কাম কৰক’
ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পাছতেই মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ সাংসদ গৌৰৱ গগৈৰ। দল ভঙাতকৈ নিজৰ কাম কৰক আৰু বিৰোধী পক্ষক পৰামৰ্শ দিয়াতকৈ নিজৰ মন্ত্ৰী…
গেৰুকামুখত গেৰুৱা হ’ল ৰূপজ্যোতি; আনুষ্ঠানিকভাৱে বিজেপিত যোগদান সদ্য কংগ্ৰেছ ত্যাগী কুৰ্মীৰ
অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কাৰ আৰু বিধায়ক পদ ত্যাগ কৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে। ধেমাজিৰ গেৰুকামুখত মুখ্যমন্ত্ৰীৰ উপস্থিতিত…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া মহিলাৰ ঋণ মাফকেন্দ্ৰিক ভাষণক তীব্ৰ গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষা ববিতা শৰ্মাই। বিজেপিয়ে…
অৱশেষত বাতিল মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা ;ৰাজ্যৰ শিক্ষা বিভাগে ল’লে সিদ্ধান্ত
অৱশেষত সকলো উদ্বিগ্নতা তথা জল্পনা-কল্পনাৰ অন্ত পেলাই মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিল কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে।…
নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত বিধস্ত কংগ্ৰেছ; ১৫০জনক লগত লৈ জুৰি শৰ্মা বৰদলৈৰ কংগ্ৰেছ ত্যাগ
শুকুৰবাৰে হোটেল গেটৱে’ গ্ৰেণ্ডৱেৰত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈৰ সৈতে ১৫০ জনে পদত্যাগ কৰে।…
“কোভিড পৰিস্থিতিৰ বাবেই মেট্ৰিক আৰু HS পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়” কেবিনেটৰ পৰামৰ্শ
কোভিড মহামাৰীৰ বাবে দেশ তথা ৰাজ্যৰ বাবে ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা দেখা পোৱা গৈছে। এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি…