Author: জাহ্নৱী বৰুৱা
ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ; ২২ জুনলৈ জাৰি কৰা নতুন SOPত কি আছে?
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত এক সংবাদেমেলত প্ৰকাশ কৰিলে নতুন SOP। অহা ২২ জুনলৈকে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক অখিল গগৈৰ পত্ৰ, কি লিখিলে পত্ৰত?
শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলঙৰ মেৰামতি, সংৰক্ষণ আৰু সৌন্দয্যবৰ্ধনৰ দাবী জনাই বিধায়ক অখিল গগৈয়ে। ১৯৩৫ চনৰে ব্ৰিটিছৰ ব্রাইট এণ্ড…
গুৱাহাটী পৌৰনিগমত চলি অহা অনৈতিক কাৰ্য তথা দুৰ্নীতিৰ তদন্ত দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
অসমত কংগ্ৰেছৰ দুৰ্নীতি বিৰুদ্ধে প্ৰচাৰ চলাই শাসনলৈ অহা বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতাত গুৱাহাটী পৌৰনিগমত চলি আহিছে বহুতো অনৈতিক কাৰ্য আৰু দুৰ্নীতি। এই দুৰ্নীতি…
দুৰ্দশাগ্ৰস্ত মানুহৰ আৱেগক লৈ হেতালি নেখেলিব;বিজেপি চৰকাৰলৈ অসম জাতীয় পৰিষদৰ আহ্বান
নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি, চৰ্তবিহীনভাৱে সকলোৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ আহ্বান জনালে লুৰীণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি গগৈয়ে কয়”২০২১চনৰ বিধান সভা…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এমহীয়া কাৰ্যকালৰ বিফলতা উদঙালে প্ৰদেশ কংগ্ৰেছে
বিজেপি চৰকাৰে ৫ বছৰ আৰু ১ মাহ অতিক্ৰম কৰিলে।এই সময়চোৱাত তেওঁলোকৰ কেৱল নেতা গৰাকী সলনি হ’ল।নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু…
মেট্রিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’বই; কিন্তু কেতিয়াকৈ পতা হ’ব পৰীক্ষা?
মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী পৰীক্ষা কেনেকৈ অনুষ্টিত হব ! নে পৰীক্ষা বাতিল কৰা হ’ব, তাকে লৈ আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক…
আৰ্তজনৰ বাবে আজমল ফাউণ্ডেচনৰ ‘হেল্লো আজমল’ আঁচনি
কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত আজমল ফাউণ্ডেচনৰ এক আকৰ্ষণীয় পদক্ষেপ।আৰ্তজনলৈ আজমল ফাউণ্ডেচনৰ ‘হেল্লো আজমল’ আঁচনি।এটা ফোন কলতে দৰিদ্ৰ কোভিড আক্ৰান্তক যোগান ধৰিব খাদ্য।…
চিকিৎসকক আক্ৰমণৰ ঘটনাক লৈ সৰৱ মুখ্যমন্ত্ৰী; পুনৰ দোহাৰিলে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ কথা
কিছুদিন পূৰ্বে সংঘটিত চিকিৎসক আক্ৰমণৰ ঘটনাক লৈ পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিশ্ব পৰিবেশ দিৱসৰ দিনাই গুৱাহাটী চিকিৎসা…
‘দক্ষ’ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী;কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ
অসমৰ দুটাকৈ কাগজ কল আৰু কোভিড পৰিস্থিতিক লৈ শুক্ৰবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু মনজিৎ মহন্তই…
কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ অখিল গগৈৰ; কেনেদৰে কৰিব সমষ্টিৰ উন্নয়ন?
কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ। বিধায়কৰ ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি সমষ্টিবাসীৰ হাতলৈ কৰা হৈছে ক্ষমতাৰ হস্তান্তৰকৰণ। ৰাইজৰ দলৰ কাৰ্য্যকৰী…