Author: জাহ্নৱী বৰুৱা
“বিজেপিৰ সকলো প্ৰতিশ্ৰুতি ফাঁকি, প্ৰলোভনেৰে মানুহৰ মন জয় কৰাৰ চেষ্টা”-কংগ্ৰেছ নেতা কমল নাথ
শুকুৰবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে বিজেপিৰ সকলো প্ৰতিশ্ৰুতি ফাঁকি, প্ৰলোভনেৰে মানুহৰ মন জয় কৰাৰ চেষ্টা…
“কা” বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান অসম আন্দোলন সংগ্ৰামী মঞ্চৰ
বিজেপিক ওফৰাবৰ বাবে কা সমৰ্থক মিত্ৰজোটৰ বিৰুদ্ধে এজন সক্ষম কা বিৰোধী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে অসম আন্দোলন সংগ্ৰামী মঞ্চই। বুধবাৰে অসম…
দেশ বিক্ৰী নকৰো বুলি অংগীকাৰ কৰা মোদীয়ে ইটোৰ পিছত সিটো দেশৰ সম্পদ বিক্ৰী কৰিছে : ৰাজীৱ শুক্লা
ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ শুক্লাই অসমবাসী ৰাইজলৈ আহ্বান জনায় কয় “কংগ্ৰেছ চৰকাৰক পুনৰ শাসনলৈ আনি…
অসমবাসী ৰাইজলৈ কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠি; বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান
শনিবাৰে ৰাইজৰ দলৰ উপদেষ্টা ড° সীতানাথ লহকৰে এক সংবাদমেল অনুষ্ঠিত কৰি কাৰাৰুদ্ধ অখিল গগৈৰ মুকলি চিঠিৰ কিছু বিষয় ৰাইজৰ মাজলৈ দাঙি ধৰে।…
বিজেপি মিত্ৰজোঁটৰ খোপনি থকা গুৱাহাটীৰ তিনিটাকৈ সমষ্টিত অজাপ প্ৰাৰ্থীয়ে ক’লে “ৰাইজৰ বিপুল সঁহাৰিত আমি জয়ী হ’ম”
বিজেপিৰ লগতে অগপৰ খোপনি বা দুৰ্গ হিচাপে পৰিগণিত হোৱা পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰ সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদৰ তিনিগৰাকী প্ৰাৰ্থীৰ…
‘ৰজা’ই দাখিল কৰিলে মনোনয়ন; প্ৰজাই জীয়াতু ভুগিলে মহানগৰীৰ ৰাজপথত
‘ৰজা’ৰ বাবেই যেন আজি পুনৰ জীয়াতু ভূগিবলগীয়া হ’ল গুৱাহাটী মহানগৰীৰ মহানাগৰিকে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই গৈ মনোনয়ন দাখিল সিদ্ধাৰ্থ…
সন্মান ৰক্ষাৰ যুঁজ! কিয় এদিনতে দুই-তিনিজনকৈ বিজেপিৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ অসমলৈ সোঁত?
অসমত নিজৰ সন্মান ৰক্ষাৰ যুঁজত নামিছে বিজেপি। পাঁচখনকৈ ৰাজ্যৰ ভিতৰত অসমত জয়ৰ কিছু ৰেঙণিৰ উমান পাই সেই সন্মান ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ কেন্দ্ৰীয়…
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৮৪ টা মহা অভিযোগ
দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত কংগ্রেছয়ে বিজেপি বিৰুদ্ধে এক অভিযোগনামা প্ৰকাশ কৰে। ৩৭পৃষ্ঠাৰ এই অভিযোগনামাত ৮৪টা অভিযোগ উত্থাপন কৰা হৈছে। অভিযোগনামা প্ৰকাশ…
হঠাৎ সুৰ সলনি কৰি সত্যৰঞ্জনে থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত!
হঠাৎ সুৰ সলনি কৰি বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত। এক সংবাদমেল সম্বোধন কৰি বদৰুদ্দিন আজমলক কোনো ৰাজনৈতিক…
বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্তই ঠগিলে কোচ ৰাজবংশীক
বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশীক ঠগন দিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। “হিমন্ত বিশ্ব…