NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

দুষ্ট চক্ৰই ভাইৰেল কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীণ শ্বট : মন্ত্ৰী হিমন্তৰ ক্ষোভ প্ৰকাশ

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটৰ এটা স্ক্ৰীণ শ্বটকলৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি…

কল্পজ্যোতি শইকীয়া · May 11, 2020 4:32 pm
অসম

বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক বিনা ভাড়াৰে ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত অসমৰ লক্ষাধিক লোক আৱদ্ধ হৈ থকিব লগা হৈছে। উক্ত লোকসকল…

কল্পজ্যোতি শইকীয়া · May 11, 2020 3:28 pm
অসম

অসমত ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাবৃদ্ধিত চিন্তিত আছু

সদৌ অসম ছাত্ৰ সন্থা অসমত ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাবৃদ্ধিত চিন্তিত হৈ পৰিছে। মহামাৰীবিধত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীও শেহতীয়াকৈ আক্ৰান্ত হোৱাটোতো চিন্তা ব্যক্ত…

কল্পজ্যোতি শইকীয়া · May 10, 2020 11:22 pm
অসম

হায়দৰাবাদত কৰ্ম সংস্থাপন হেৰুৱাই বিমোৰত নগাঁৱৰ ৫ যুৱক : প-পত্ৰ পূৰণ কৰিও নাপালে চৰকাৰী সাহায্য

হায়দৰাবাদত এটা ইটাভাটাত কৰ্ম সংস্থাপন হেৰুৱাই বিমোৰত পৰিছে নগাঁৱৰ ৫ জন যুৱক। ইয়াভাটাটোত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱককেইজন। কিন্তু ল’কডাউনৰ ফলত ইটাভাটাৰ…

কল্পজ্যোতি শইকীয়া · May 10, 2020 8:24 pm
অসম

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় হোষ্টেলৰ ৭১ আৱাসী ক’ভিড-১৯ নিগেটিভ

গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৭১গৰাকী আৱাসীৰ নমুনা দেওবাৰে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে। ডাঃ দীপা ডেকা নামৰ আৱাসিক চিকিৎসক এগৰাকী ক’ভিড-১৯ পজিটিভ…

কল্পজ্যোতি শইকীয়া · May 10, 2020 7:15 pm
Popular Stories

মুম্বাইত কোভিড-১৯ত আক্ৰান্ত অসমীয়া নাৰ্ছৰ ফেচবুক লাইভ : অসম চৰকাৰৰ সহায়ৰ ভিক্ষা

মুম্বাইত কৰ্মৰত এগৰাকী অসমীয়া নাৰ্ছৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID19। আক্ৰান্ত নাৰ্ছ গৰাকীৰ নাম ডেইজী শইকীয়া। মুম্বাইৰ পি জি হিন্দুজা হস্পিতালত কৰ্মৰত…

কল্পজ্যোতি শইকীয়া · May 10, 2020 5:51 pm
Popular Stories

“নিজৰ ঘৰৰ নিচিনা অন্য ঠাই হ’ব নোৱাৰে; ঘৰত থাকক সুৰক্ষিত থাকক: জুবিন

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ যাত্ৰা আৰম্ভ কৰা অনুৰাগীৰ মাজত বাঘ হিচাপে খ্যাত জুবিন গাৰ্গ অহা মঙলবাৰে গুৱাহাটীত আহি উপস্থিত হ’ব।…

কল্পজ্যোতি শইকীয়া · May 10, 2020 11:33 am
অসম

কোভিড-১৯ আক্ৰান্ত ৰোগীক মুম্বাইৰ পৰা কঢ়িয়াই অনা এম্বুলেঞ্চক লৈ প্ৰতিক্ৰিয়া; মন্ত্ৰী হিমন্তৰ উত্তৰ

কালি যোৰহাট মেডিকেল কলেজত দুগৰাকী মহিলাৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতে এখন এম্বুলেঞ্চক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক প্ৰতিক্ৰিয়াৰ। ইয়াৰ লগতে ৰহস্যৰ…

কল্পজ্যোতি শইকীয়া · May 10, 2020 11:18 am
অসম

অসমত নতুনকৈ তিনি ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ আক্ৰান্ত ৬২লৈ বৃদ্ধি

তিনিগৰাকী লোক শনিবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। যোৰহাটত এই তিনি ব্যক্তি চিনাক্ত হৈছে। তাৰে দুজনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসা…

কল্পজ্যোতি শইকীয়া · May 9, 2020 10:55 pm
Popular Stories

ক’ৰ’না মহামাৰীৰ মাজতে আমচাং অভয়াৰণ্যৰ শ শ পৰিয়ালক উচ্ছেদৰ প্ৰস্তুতি বন বিভাগৰ

লকডাউন আৰু ক’ৰ’না মহামাৰীৰ এই গভীৰ দুৰ্যোগৰ মাজতে গুৱাহাটীৰ আমচাং অভয়াৰণ্যত বসবাস কৰি অহা শ শ পৰিয়াললৈ বনবিভাগে উচ্ছেদৰ জাননী জাৰি কৰিছে।…

কল্পজ্যোতি শইকীয়া · May 9, 2020 9:19 pm