NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

নিজৰ নামৰ পাছফালে গৰিয়া লগালে মমিনুল আৱালে

মঙলবাৰে সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে ২১টা খিলঞ্জীয়া মুছলমান সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই নিজৰ নাম সলনি কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ…

কল্পজ্যোতি শইকীয়া · February 12, 2020 9:02 pm
Popular Stories

অসমত বন্ধ হ’ব মাদ্ৰাছা আৰু সংস্কৃত টোল

ৰাজ্যত অতি সোনকালে চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে শ্ৰীমন্ত…

কল্পজ্যোতি শইকীয়া · February 12, 2020 5:57 pm
অসম

দিল্লীত কেজৰিৱালৰ বিজয় ৰথৰ ছন্দত ২১ লৈ পোখা মেলি অসম ৰাজ্যিক ‘আপ’ৰ নৱ জীৱন

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীত তৃতীয় বাৰলৈ চৰকাৰ গঠনৰ বাবে নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছত অসমতো আম আদমী পাৰ্টীয়ে…

কল্পজ্যোতি শইকীয়া · February 11, 2020 8:44 pm
অসম

“বিজেপিক দিল্লীৰ জনসাধাৰণে আন্তৰিকতাৰে গ্ৰহণ কৰিছে”, দিল্লীৰ নিৰ্বাচনৰ ফল চাই সোণোৱালৰ মন্তব্য

আজি ফল ঘোষিত দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছতো টিঙৰ পৰা নানামিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আনকি নিজে প্ৰচাৰ চলোৱা…

কল্পজ্যোতি শইকীয়া · February 11, 2020 7:25 pm
অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক তুলাধুনা লুৰিণজ্যোতি গগৈৰ

কালি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে “আছুৰ সাধাৰণ সম্পাদক লুৰিণজোতি গগৈ সৰুতে মুখ্য মন্ত্ৰী হ’ব খুজিছে তথা তেওঁ শিষ্টাচাৰ নাজানে” বুলি কটাক্ষ…

কল্পজ্যোতি শইকীয়া · February 9, 2020 9:18 pm
Popular Stories

ৰাজদ্বীপ বাইলুং বৰুৱা আৰু শোণিত কুমাৰ ভূঞালৈ সংবাদ শিৰোমণি বঁটা

সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্মপ্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা অসমৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। দেওবাৰে মহানগৰীৰ সাহিত্য…

কল্পজ্যোতি শইকীয়া · February 9, 2020 7:38 pm
অসম

হিমন্ত বিশ্বক বড়ো শান্তি চুক্তিৰ কৃতিত্বৰ পৰা “বঞ্চিত” কৰিলে ৰঞ্জিত দাসে

যোৱা ২৭ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নিজকে দুই নম্বৰৰ মন্ত্ৰী বুলি চিনাকি দিয়া “শক্তিশালী” মন্ত্ৰী…

কল্পজ্যোতি শইকীয়া · February 8, 2020 7:06 pm
অসম

গুৱাহাটীত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আটক

অসম প্ৰদেশ যুৱ কংগ্ৰেছে আজি গুৱাহাটীত জেইল ভৰো আন্দোলন কৰাৰ সময়ত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। নাগৰিকত্ব সংশোধনী আইন…

কল্পজ্যোতি শইকীয়া · February 8, 2020 3:32 pm
অসম

মনমোহন সিঙে কথা কম কয়, কাম বেছি কৰে; মোদীয়ে কথা বেছি কয়, কাম কম কৰে: তৰুণ গগৈ

মোদীৰ শুকুৰবাৰৰ অসম ভ্ৰমণৰ পাছতেই শনিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীত সংবাদমেল পাতি কেইবাটাও কথা স্পষ্ট কৰে। গগৈয়ে কয়,’’মোদীয়ে কালি যি…

কল্পজ্যোতি শইকীয়া · February 8, 2020 1:40 pm
Popular Stories

নিষ্ঠুৰ মহানগৰ! ১০ ঘণ্টা ধৰি পদপথত ৰক্তাক্ত অৱস্থাত পৰি ৰ’ল দুজন লোক

মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত অচিনাক্ত লোকে প্ৰহাৰ কৰিলে পদপথত আশ্ৰয় লোৱা দুজনকৈ লোকক। যোৱা নিশা প্ৰায় ১:৩০ বজাত এই ঘটনা…

কল্পজ্যোতি শইকীয়া · February 7, 2020 12:08 pm