Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী
মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলা আহত
মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ। পাণ্ডু লোক কলনিত এজনৰ ঘৰত সোমাই আছিল নাহৰফুটুকী বাঘটো। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ৫০…
মন্ত্ৰীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলাব পাৰে; সাধাৰণ জনতাই নোৱাৰে! কিয় এনে নিয়ম?
আহিছে আহিছে… মন্ত্ৰী আহিছে…. হেলমেট নিপিন্ধাকৈ…. বুলেটো চলাইছে…. প্ৰচাৰো কৰিছে…. পিছে যান-বাহন আইন ক’ত? ৰাজ্য চৰকাৰৰ এগৰাকী সন্মানীয় পদত থকা মন্ত্ৰী অতুল…
কংগ্ৰেছ ত্যাগ কৰিয়েই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ৰিপুন বৰাই
কংগ্ৰেছ ত্যাগ কৰিয়েই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ৰিপুন বৰাই। তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান ৰিপুন বৰাৰ। তেওঁৰ…
কংগ্ৰেছৰ পৰা পদত্যাগ ৰিপুন বৰাৰ
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে দলটোৰ অসম প্ৰদেশ সমিতিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই। দলৰ পৰা পদত্যাগৰ কথা উল্লেখ কৰি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ…
পৰাজয়ৰ ভয়! মুখ্যমন্ত্ৰীয়ে ৩ দিনত ৯ খনকৈ প্ৰচাৰ সভাত ভাগ লোৱাৰ পৰিস্থিতি আহিল কিয়?
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন! এইবাৰ খেলপথাৰত নামিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা! যিকোনো প্ৰকাৰে গুৱাহাটী পৌৰ নিগম দখলত ৰখাৰ আখৰাত কাইলৈৰ পৰা…
মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড, মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা
মুখ্যমন্ত্ৰীয়ে টুইটাৰ আৰু ফেচবুকযোগে স-গৌৰৱে কৰা এটা ঘোষণা! অসম আৰক্ষীক ধন্যবাদৰে উপচাই দিছিল এই ঘোষণাত। কিন্তু অপৰাধৰ হাৰ হ্ৰাস পোৱা বুলি দাবী কৰাৰ…
প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: বিজেপিৰ ৫ গৰাকী সদস্যক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ
বিজেপিৰ ৫ গৰাকী সদস্যক প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ। বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মতে বহিষ্কাৰ কৰা হৈছে তেওঁলোকক। জানিব পৰা মতে গুৱাহাটী…
মহানগৰীত চাঞ্চল্য: এমট্ৰনৰ কর্মচাৰীক ঘৰতে গুলীয়াই হত্যা
মহানগৰীত ঘটিছে এক নৃশংস হত্যাকাণ্ড। গুৱহাটী মহানগৰীৰ বৰাগাঁৱত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰতেই এজনক কোন দুৰ্বৃত্তই মূৰত গুলিয়াই হত্যা কৰি থৈ…
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি: গুৱাহাটীৰ বিমান বন্দৰত স্মৃতি ইৰাণীক জৱাবদিহি কৰিলে নীতা ডি’ছুজাই
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ গুৱাহাটীৰ বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক জৱাবদিহি কৰিলে নীতা ডি’ছুজাই। নীতা ডি’ছুজা হৈছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী। ৰন্ধন…
বাধ্যতামূলক হিন্দী ভাষা : তুমূল বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ
“বাধ্যতামূলক হিন্দী ভাষা ” তুমূল বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়—“শনিবাৰে ৰাতিপুৱাৰ পৰা এটা ভুল বাখ্যা চলি আছে”…