Author: কল্পজ্যোতি শইকীয়া
মহানগৰ আৰক্ষীৰ জালত হাৰিয়ানাৰ এটিএম ডকাইত
মহানগৰ আৰক্ষীৰ জালত পৰিছে হাৰিয়ানাৰ এটা এটিএম ডকাইত। দেওবাৰে কাহিলী পুৱা প্ৰায় ৪ বজাত মহানগৰীৰ লখৰা সাউকুচিৰ এটা এটিএমত ডকাইতি চলাই থকাৰ…
“আছু”ক নস্যাৎ কৰি কাৰ শক্তি প্ৰদৰ্শন? “জাতি-মাটি-ভাষা”ৰ নতুন সংজ্ঞা লিখিলে দেৱালত
নাগৰিকত্ব বিধেয়কৰ সমৰ্থনেৰে জাতি-মাটি-ভাষাৰ “নতুন সংজ্ঞা” দেৱালত লিখি “কেব” বিৰোধী আছুক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা কৰিলে এটা সংগঠনে। মহানগৰীৰ খানাপাৰাস্থিত পশুপালন আৰু পশু…
উপ-নিৰ্বাচন : “নতুন মুখ”ক প্ৰাধান্যৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা
অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছে আটাইকেইটা সমষ্টিতে নতুন মুখৰ প্ৰাৰ্থীক নিৰ্বাচনী যুঁজলৈ আগ বঢ়াই দিছে। আজি…
বিজেপিক পৰাস্ত কৰাৰৰ আহ্বান এ আই য়ু ডি এফৰ; উপ নিৰ্বাচনত মাত্ৰ এটা সমষ্টিত দিলে প্ৰাৰ্থীত্ব
উপ নিৰ্বাচনত এটা সমষ্টিতহে প্ৰাৰ্থীত্ব দিব এআইয়ুডিএফে। জনিয়া সমষ্টিত প্ৰাৰ্থীত্ব দিলে এআইয়ুডিএফে। জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামক দিলে প্ৰাৰ্থীত্ব।…
২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয়ৰ তালিকাভুক্ত হ’ব বাণিজ্য; উন্মোচন হ’ল কিতাপ
ৰাজ্যৰ শিক্ষানীতিৰ নতুন সংযোজন অনুসৰি ২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে বাণিজ্যক সংযোজন কৰা হ’ব। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অসম মাধ্যমিক…
টে’টক লৈ চৰম বিভ্ৰান্তি অব্যাহত; ২০১৭ চনৰ পিছৰ D.El.Ed এডমিশ্যনৰ বৈধতা নাকচ শিক্ষা মন্ত্ৰীৰ
বিজেপিৰ চৰকাৰখন শাসনলৈ অহাৰ পিছত পাতিব লগীয়া প্ৰথমটো টে’ট পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সৈতে সাঙোৰ খাই পৰা ব্যাপক বেমেজালি অব্যাহত আছে। ৰাজ্যৰ লাখ…
ভেটী লৈ থাকোতেই মহানগৰ আৰক্ষীৰ জালত পৰিল দিছপুৰ থানাৰ উপ-পৰিদৰ্শক
মহানগৰ আৰক্ষীয়ে উপঢৌকন লোৱাৰ অভিযোগত বৃহস্পতিবাৰে মাজনিশা দিছপুৰ থানাৰ উপ-পৰিদৰ্শক গহিন পেগুক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে গহিন পেগুৱে এটা গোচৰৰ সংক্ৰান্তত…
দুৰ্বল প্ৰাৰ্থী, জনিয়া সমষ্টিৰ বিজয়ক লৈ নিশ্চিত নহয় বিজেপি!
ৰাজ্যৰ ৪ টা বিধান সভা সমষ্টিত সমাগত উপ নিৰ্বাচন। ৰঙাপাৰা, সোণাৰি, ৰাতাবাৰী আৰু জনিয়া সমষ্টিত হ’ব এই উপ নিৰ্বাচন। উপ নিৰ্বাচনক লৈ…
অসমৰ মানুহক মুখ্য মন্ত্ৰীয়ে বুৰ্বক বুলি ভাবিব নালাগে : প্ৰদ্যুৎ বৰদলৈ
‘শিলে সাৰ পোৱাৰ দৰে কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল দি উন্নয়নৰ জয়গান গালে আচলতে আমাৰ দেশত অৰ্থনীতি এনেদৰে বিধ্বস্ত হ’ব ধৰিছে…
দুর্গা পূজাৰ পূর্বে গুৱাহাটীত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বা:)ৰ!, কি ক’লে আৰক্ষী আয়ুক্তই?
গুৱাহাটীত দুৰ্গা পূজাৰ পূৰ্বে কূটাঘাত সংঘটিত কৰিব আহিছিল নেকি মিঠু চুতীয়া ওৰফে দিগন্ত অসম? আলফা স্বাধীনৰ কেডাৰ দিগন্ত অসম কেৰালাৰ পৰা আহি…