Author: কল্পজ্যোতি শইকীয়া
এই NRC নাকচ কৰি ৰাষ্ট্ৰীয় NRC দাবী অসম বিজেপিৰ; অসমত থকা ভাৰতীয়ৰ সুৰক্ষাৰ চিন্তাত কাতৰ ৰঞ্জিত দাস
এন আৰ চিক লৈ উগ্ৰ হিন্দুত্ববাদী অংশটোৰ বাদে প্ৰায় সকলোৱেই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশেৰে প্ৰতিক্ৰিয়া কৰিছে। আনকি…
এন আৰ চিত ত্ৰুটি ৰ’ল; নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু
শনিবাৰে প্ৰকাশিত চূড়ান্ত এন আৰ চিক লৈ সুখী নহয় অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। এন আৰ চিৰ চুড়ান্ত তালিকা…
প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী; বাদ পৰিল মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম
চাৰি দশক জুৰি চলা নিৰৱছিন্ন আন্দোলন, অপেক্ষা আৰু বহু আশা প্ৰত্যাশাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ…
তিনি মাহৰ বাবে কাৰ্যকাল বৃদ্ধি আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ
তিনি মাহৰ বাবে চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ল বৰ্তমানৰ অসমৰ আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কতা বতৰাত…
৩১ আগষ্ট অসমৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ দিন
চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাক মুহূৰ্তত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো সন্দৰ্ভত নিজৰ অৱস্থান সদৰী কৰিছে। মুখ্য উপদেষ্টা সমুজ্জ্বল…
ছ’চিয়েল মিডিয়াত উৰা-বাতৰিৰ পোষ্ট দেখিলেই আৰক্ষীক জনাওক : আৰক্ষী সঞ্চালক প্ৰধান
ছ’চিয়েল মিডিয়াত এন আৰ চি কেন্দ্ৰিক যিকোনো উৰা-বাতৰি বিয়পালে তেনে দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী সাজু হৈ আছে। তাৰ বাবে ছ’চিয়েল মিডিয়াত…
সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ : ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে; জুইক ফটাকানিৰে ঢাকিব পৰা নাযায়
নিৰ্মলা সীতাৰমণ মিছা কথা কোৱাত পাকৈত বুলি মন্তব্য কৰি ভাৰতৰ সাম্প্ৰতিক অৰ্থনীতিক লৈ বিত্ত মন্ত্ৰীগৰাকীয়ে কৰা দাবীক আজি মিথ্যা আখ্যা দিয়ে কংগ্ৰেছ…
গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ত্ৰিপুৰাৰ যুৱক
আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনৰ নাম ৰূপম মিয়া…
এমাহৰ ভিতৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ
এমাহৰ ভিতৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ মাধ্যমিকৰ ঠিকাভিত্তিক শিক্ষকে উচ্চ ন্যায়ালয়ত…
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে জনজাতীয় লোকৰ নাম : CCTOA
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে বহু জনজাতীয় লোকৰ নাম। এই গুৰুতৰ অভিযোগ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ CCTOA ৰ। উল্লেখযোগ্য যে,…