Author: কল্পজ্যোতি শইকীয়া
‘এনে কাম-কাজ বন্ধ কৰক’: পৰেশ বৰুৱাৰ প্ৰতি হীৰেন গোহাঁই
আলফা-স্বাধীন সংঘটিত গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণৰ দৰে কাম বন্ধ কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে হীৰেন গোহাঁয়ে। গুৱাহাটী প্ৰে’ছ ক্লাবত ’হৈ চৈ’ শীৰ্ষক…
ৰাজ্যসভাৰ সাংসদ হোৱাৰ দৌৰত “টিকট-বঞ্চিত” বিজেপি নেতা; বহুকেইজনৰ আৱেদন
লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাই ৰাজ্যসভাৰ নিৰ্বাচনৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ মন কৰি আৱেদন কৰিছে দলৰ ওচৰত। এই…
অগপক নিদিয়ে ৰাজ্যসভাৰ আসন; বিজেপিৰ নিজৰে অংক মিলা নাই
অহা জুন মাহত ৰাজ্যত খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখন পোৱাৰ আশা পালি থকা অগপক এখনো আসন এৰি দিব নোৱাৰিব মিত্ৰ…
গে’ম অৱ থ্ৰ’নচ! বিজেপিৰ সমীক্ষাত নিশ্চিহ্ন অগপ-বিপিএফ
“মিত্ৰজোঁট (অগপ-বিপিএফ)ৰ চাৰিখন আসনৰ এখনো লাভ কৰাৰ সম্ভাৱনা নাই।” দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফললৈ তিনিদিন থকা অৱস্থাত দেওবাৰে সংবাদমেলযোগে এই মন্তব্য ৰঞ্জিত দাসৰ।…
মহানগৰীত বন্ধুৰ ঘৰত যুৱতীৰ মৃতদেহ; অত্যধিক ড্ৰাগছ লোৱা বুলি দাবী
অত্যধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে আৰক্ষীয়ে অনুমান কৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীৰ বন্ধুৰ ঘৰৰ বাথৰূমত। মহানগৰীৰ ডাউন-টাউনৰ…
জাহ্নৱীৰ স্কুটাৰতে আৰক্ষীৰ ৰহস্য ভেদৰ চাবিকাঠী ||গুৱাহাটী বিস্ফোৰণ
আহিযা নামৰ বাহন ভাৰা দিয়া কাম্পেনিটোৰ পৰা জাহ্নৱী শইকীয়াই ভাৰাত লোৱা স্কুটিৰে বুধবাৰে গুৱাহাটীত চলিছিল আলফা-স্বাধীনৰ গ্ৰেনে’দ বিস্ফোৰণ অভিযান। জু তিনিআলিত মুখ্য…
জলসিঞ্চনৰ কেলেংকাৰিৰ তদন্ত বিচাৰি আৰক্ষীৰ অপৰাধ শাখাত গোচৰ আসাম পাব্লিক ৱৰ্কছৰ
অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সম্পৰ্কত অসম পাব্লিক ৱৰ্কছে গৌৰী সদনত ২৭ এপ্ৰিল ২০১৯ত অনুষ্ঠিত কৰা সংবাদমেলত উত্থাপন আৰু অভিযোগ তোলা বিষয়ৰ সন্দৰ্ভত…
দহ দিনৰ আৰক্ষীৰ জিম্মালৈ জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক
গুৱাহাটীৰ ১৫ মে’ৰ বিস্ফোৰণৰ দুই অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক আৰক্ষীয়ে ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচৰাৰ পিছত আদালতে আজি ১০…
“ৰাষ্ট্ৰৰ শিকলি” পিন্ধা অৱস্থাতে আলফাৰ বিদ্ৰোহক আগুৱাই নিয়াৰ সংকল্প প্ৰকাশ প্ৰাণময় ৰাজগুৰুৰ
স্বাধীন অসমৰ লক্ষ্য অভিমুখী আলফাৰ সশস্ত্ৰ বিদ্ৰোহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ১৫ মে’ত সংঘটিত বিস্ফোৰণটোৰ মূল অভিযুক্ত…
তৃণমূল কংগ্ৰেছত যোগদান কৰিব সাংসদ আৰ পি শৰ্মাই : লাভ কৰিব ৰাজ্যিক সভাপতিৰ পদ
‘টাইগাৰ অভি জিন্দা হ্যে’ ডাইলগৰে বাতৰিৰ শিৰোণাম দখল কৰা তথা তেজপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট বঞ্চিত সাংসদ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাই অচিৰেই…