Author: কল্পজ্যোতি শইকীয়া
অৰ্থনৈতিক অৱৰোধৰ লগতে অৰুণাচললৈ গাড়ী যোৱা নিষিদ্ধ কৰাৰ হুংকাৰ অসমৰ শিল্পী সমাজৰ
যোৱা ২২ ফেব্ৰুৱাৰিৰ দিনা অৰুণাচল প্রদেশৰ ইটানগৰত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ ৪৫ জনীয়া শিল্পী দলটোৰ দুখনকৈ বাহন আৰু…
লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে বছৰেই ঘোষণা হৈছিল তদন্ত! আগ নাবাঢ়িল ৰহস্যজনক কাৰণত : অখিল গগৈ
গোলাঘাট জিলা প্ৰশাসনে যোৱা বৰ্ষৰ ২৩ এপ্ৰিলৰ দিনা এক জাননী যোগে গোলাঘাটৰ ৰঙামাটিৰ লাল চন্দ্ৰ আগৰৱালা আৰু সুভাষ চাহু নামৰ দুজন অবৈধ…
অগপৰে মিত্ৰতা সন্দৰ্ভত আগবাঢ়িবলৈ প্ৰস্তুত কংগ্ৰেছ
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনাই মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে।…
সুৰাৰ বিষক্ৰিয়াত বহু লোকৰ মৃত্যু : মুখ্য মন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীৰ পদত্যাগ দাবী ৰিপুন বৰাৰ
গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত বৃহস্পতিবাৰে নিশা বিষাক্ত চুলাই মদ পান কৰি বৰ্তমানলৈকে প্ৰায় ৯৯ জন চাহ শ্ৰমিকে মৃত্যুক সাবটি লোৱা ঘটনাৰ…
১০ বছৰত ৰাজ্যত ৭৫জন ৰহিংগীয়াক গ্ৰেপ্তাৰ, ৯জনকহে ঘূৰাই পঠোৱা হৈছে : হিমন্ত বিশ্ব
২০০৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যত গ্ৰেপ্তাৰ হৈছে মাত্ৰ ৭৫জন ৰহিংগীয়া। আৰু ইয়াৰে মাত্ৰ ৯জনকহে স্বদেশলৈ ঘূৰাই পঠোৱা হৈছে। ডিটেইনশ্যন কেম্পত আছে ২২জন…
অসম চুক্তি : প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ পৰা কৈফিয়ৎ বিচাৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে
অসম চুক্তিৰ সময়ত অসমত বিদেশী নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ সলনি ১৯৭১ চনক মানি লোৱাৰ বাবে আজি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক…
এজন চৰকাৰী অভিযন্তা আৰু বিভাগৰ অনুমতি নোলোৱাকৈ বিধায়কৰ বিৰুদ্ধে সংবাদমেল!
এজন চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে ৰাজহুৱাকৈ কাৰোবাৰ বিৰুদ্ধে সংবাদমেল পতা অধিকাৰ নাই অথবা ই ‘অবৈধ’। তেনেক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ…
আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা মাতৃভাষা ৰক্ষাৰ হকে জংগী হোৱাৰ হুংকাৰ পৰমানন্দ ৰাজবংশীৰ
মাতৃভাষাক ৰক্ষা কৰিবৰ বাবে অসম সাহিত্য সভাই লৈছে বহু পদক্ষেপ। আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে আজি অসম সাহিত্য সভাই কেতবোৰ ‘জংগী’ হোৱাৰ এক…
এগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে কিয় ইমান সৰৱ হৈ পৰিছে দিচপুৰৰ বিধায়ক অতুল বৰা?
এগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে দিচপুৰৰ দৰে সমষ্টিৰ বিধায়ক হৈয়ো কিয় ইমান সৰৱ অতুল বৰা? এই প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত। কিয়নো অসমবাসীৰ…
মহানগৰীৰ চিটিবাছৰ বাবে নতুন নিৰ্দেশনা; নিৰ্দিষ্ট ষ্টপেজত নামিব নোৱাৰিবও পাৰে আপুনি!
গুৱাহাটী মহানগৰীৰত আপুনি চিটিবাছত অহা-যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপুনি কিছু ক্ষেত্ৰত সাৱধান হ’ব লাগিব। কিয়নো গুৱাহাটীত চলি থকা…