Author: কল্পজ্যোতি শইকীয়া
ৰে’দ চিগনেলত কনিষ্ঠ ৰে’ল মন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা, আৰম্ভ ‘ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও’
মোদী চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ ৰাজনৈতিক যাত্ৰাত ৰঙা সংকেতৰ সংকট নমাই “ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও” বেনাৰেৰে শোভিত হ’বলৈ ওলাইছে…
খিলঞ্জীয়াৰ ৩টা প্ৰশ্নত স্থিতি স্পষ্ট নকৰিলে নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ হুমকি
যিহেতু কোনোখন চৰকাৰেই অসমৰ খিলঞ্জীয়াসকলৰ সমস্যা সমাধান নকৰিলে, সেয়ে খিলঞ্জীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে আগ বাঢ়িবলৈ সিদ্ধান্ত কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই। বিদেশী…
কাশ্মীৰ-কাণ্ডত দেশ দুশ্চিন্তাত থকাৰ সময়তে ‘‘ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি বিজেপিৰ
কাশ্মীৰ-কাণ্ডই গোটেই দেশকে উদ্বিগ্ন আৰু শোকদগ্ধ কৰি থকাৰ মাজতে আজি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত “ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” (ভাৰত…
মোদী শাসনলৈ অহাৰ পাছত উত্তৰ-পূবত নোহোৱা হ’ল আন্দোলন, বোমা-গুলিৰ শব্দ : অমিত শ্বাহ
নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি কিছু দিন পূৰ্বলৈকে সমগ্ৰ উত্তৰ-পূব আন্দোলন-প্ৰতিবাদেৰে উত্তাল হৈ আছিল। প্ৰায় দুবছৰ ধৰি উত্তৰ-পূবৰ ভাষা সংস্কৃতি তথা অস্তিত্ব…
সোমবাৰে ভাৰত বন্ধ, পে’ট্ৰল পাম্পো নোখোলাৰ সম্ভাৱনা
জম্মু-কাশ্মীৰৰ পুলৱামাত জে’শ্ব-এ-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলীৰূপে ১৮ ফেব্ৰুৱাৰিত দেশজুৰি ব্যৱসায় বন্ধৰ আহ্বান জনাইছে কনফে’দাৰে’চন অৱ অল ইণ্ডিয়া…
বিধায়ক আমিনুল ইছলামক পাকিস্তানলৈ পঠিয়াই দিব লাগে : সাংসদ বিজয়া চক্ৰৱৰ্তী
‘আমিনুল ইছলামক শত্ৰু হিচাপে গণ্য কৰি পাকিস্তানলৈ পঠিয়াই দিয়াৰ একান্ত প্ৰয়োজন।‘ জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত কাৰ্য্যৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ…
পাকিস্তানৰ বিৰুদ্ধে অস্ত্ৰ ল’বলৈ আমাক প্ৰধান মন্ত্ৰীয়ে আদেশ দিয়ক : কৃষক শ্ৰমিক উন্নয়ন পৰিষদ
যোৱা ১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণৰ প্ৰতিবাদত আজি গুৱাহাটী মহানগৰীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ…
জনজাতিকৰণ নিৰ্বাচনী টোপ? নিজে দিয়া সময় পাৰ হৈ গ’ল, কিন্তু প্ৰতিবেদন প্ৰস্তুতেই কৰা নাই হিমন্ত বিশ্বৰ অধ্যক্ষতাৰ মন্ত্ৰী গোটে
সুদীৰ্ঘ সময় ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ আহিছে অসমৰ ৬ জনগোষ্ঠী। জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰেও…
পাকিস্তানে যোগ্য প্ৰত্যুত্তৰ পাব, আমি উৎসাহিত হৈছো: ৰঞ্জিত দাস
কাশ্মীৰৰ পুলৱামাত জে’শ্ব ই মহম্মদৰ আত্মঘাতী আক্ৰমণে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে “আমাক উৎসাহিত কৰিছে”, মন্তব্য অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। দাসে…
মহানগৰীৰ ৰাজপথত পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ কেইবাটাও সংগঠনৰ
১৪ ফেব্ৰুৱাৰিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ভাৰতৰ চি আৰ পি এফ দলৰ ওপৰত কৰা বৰ্বৰ…