Author: কল্পজ্যোতি শইকীয়া
অসমৰ সমস্যা বাংলাদেশী নহয়, অসমৰ সমস্যা অসমৰ নেতা : হাজৰিকা
চৰকাৰৰ বিধায়ক মন্ত্ৰীসকলক জাগ্ৰত কৰাৰ প্ৰয়াসেৰে বহস্পতিবাৰে ক’লা বস্ত্ৰ পৰিধান কৰি এক সংবাদমেল সম্বোধন কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। মহানগৰীৰ…
অসমক দ্বিতীয় কাশ্মীৰ অথবা ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব : হাতত জোঁৰ লৈ সমুজ্জ্বলৰ হুংকাৰ
‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা ছাত্ৰ সন্থাই…
আছুৰ ওপৰত আক্ৰমণ চলোৱা বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় গ্ৰহণ কৰা নাই ব্যৱস্থা?
‘‘তিনিচুকীয়াৰ কালি সংঘটিত হৈ যোৱা ঘটনাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে কালিয়েই আৰক্ষী মহা পৰিদৰ্শকৰ তদন্তৰ নিৰ্দেশনা দিছে। তাৰ পাছতেই তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই…
প্রতিবাদৰ বাবে আন্দোলনকাৰীৰ ৰাজপথ দখল কৰিব এইবাৰ শাসনাধীষ্ঠ বিজেপিয়ে
আন্দোলনকাৰীসকলৰ প্ৰতি আন এক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। কিয়নো অতদিনে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীসকলে ব্যৱহাৰ কৰি অহা ৰাজপথ দখল কৰিব শাসনাধীষ্ঠ দল বিজেপিয়ে।…
‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ কাৰ্যালয় এৰি দীঘলীপুখুৰীৰ পাৰত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ
‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ অসম আন্দোলনৰ সময়ৰ এই শ্ল’গানেৰে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে…
জনমতক আওকান কৰি বিধেয়ক গৃহীত হ’লে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি : ৰমেন্দ্ৰ নাৰায়ণ কলিতা
‘জনমতক আওকান কৰি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ওলাইছে। এই জাতিধ্বংসী বিলখন যদি কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰে তেনেহলে ইয়াতকৈ অধিক ভয়ংকৰ…
অসম চৰকাৰৰ সন্মান ওভতাই দিলে শ্বহীদ পৰিয়ালে
অসমৰ ইতিহাসৰ পৃষ্ঠাত এক নজিৰবিহীন ঘটনা। চহিদ (শ্বহীদ অৰ্থই বুজোৱা আমাৰ প্ৰতিষ্ঠান-গৃ্হীত বানান)ৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰা সোণোৱাল চৰকাৰৰ দিনতে সংঘটিত…
গ’মৰ সৈতে অগ’ষ্টন ম’বাইলে অসমত মুকলি কৰিলে আটাইতকৈ ব্যক্তিগত স্মাৰ্ট ফোন
চীনৰ বিখ্যাত কনজ্যুমাৰ ইলেকট্রনিক্স আৰু ৰিটেইল কোম্পানি গ’মে অগ’ষ্টন ম’বাইল প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰীত্বৰে গ্ৰাহকৰ বাবে অসমৰ বজাৰত মুকলি কৰিবলৈ লৈ আনিছে…
মুখ্য মন্ত্ৰীৰ ‘আস্থা আৰু বিশ্বাস’ত ভৰসা কৰিব নোৱাৰা হৈছো : আক্ৰাছু
কোচ ৰাজবংশীসকলৰ ১৪টা সংগঠনৰ প্ৰতিনিধিৰ এটা গোটে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্বন্ধীয় তথা বিভিন্ন বিষয় সামৰি…
উৎকণ্ঠাৰ অন্ত! ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’
কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তিত আৰু নিয়মীয়াকৈ সময়ত দি অহা আনন্দৰাম বৰুৱা বঁটা, ২০১৮ পাবৰ বাবে এইবাৰ সৰ্বাধিক দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া…