NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

মহানগৰীত বাইক চোৰৰ দপদপনি; দিন দুপৰতে আৰক্ষীৰ সন্মুখৰ পৰাই বাইক লৈ উধাও

গুৱাহাটী মহানগৰীত আজি দিন দুপৰতে এক বাইক চুৰিৰ ঘটনা সংঘটিত হয়। গুৱাহাটীৰ গড়চুকস্থিত হোটেল ভাৰ্গৱৰ সন্মুখৰ পৰাই চোৰে প্ৰাণজিৎ ৰাজবংশী নামৰ এজন যুৱকৰ…

কল্পজ্যোতি শইকীয়া · December 19, 2018 7:38 pm
অসম

বিফল ৰাজীৱ ভৱন ঘেৰাও, আদবাটৰ পৰাই ওভতনি প্ৰতিবাদী বিজেপিৰ

দেশজুৰি বৰ্তমান সৰ্বাধিক চৰ্চিত ‘ৰেফেল’ক লৈ ফেপেৰি পাতি ধৰা বিৰোধী কংগ্ৰেছৰ গুৱাহাটীস্থিত প্ৰাদেশিক কাৰ্য্যালয় ঘেৰাও কৰিবলৈ গৈ প্ৰশাসনৰ বাধাত বুধবাৰে আদবাটৰ পৰাই…

কল্পজ্যোতি শইকীয়া · December 19, 2018 5:22 pm
অসম

নিজ দলৰে কাৰ্য্যসূচী বিফল কৰিবলৈ জি এছ ৰ’ডত বেহু ৰচনা বিজেপি চৰকাৰৰ

বিৰোধী দলৰ কাৰ্য্যালয় ঘেৰাওৰ দৰে বেআইনী কামৰ পৰা নিজৰ দলৰ নেতা-কৰ্মীক বিৰত ৰাখিবলৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ…

কল্পজ্যোতি শইকীয়া · December 19, 2018 1:32 pm
অসম

এইবাৰ কংগ্ৰেছৰ ৰাজীৱ ভৱন ঘেৰাও কৰিব বিজেপিয়ে

এইবাৰ ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ ওলাইছে বিজেপিয়ে। শুনিলে হয়তো আপুনি আচৰিত হ’ব, পোনপ্ৰথমবাৰলৈ শাসকীয় দল প্ৰতিবাদত নামিছে বিৰোধী দলৰ বিৰুদ্ধে। বুধবাৰে দেশৰ…

কল্পজ্যোতি শইকীয়া · December 18, 2018 9:32 pm
অসম

পঞ্চায়ত নিৰ্বাচন গ’ল, মুখ মেলিলে শিলাদিত্যই; পুনৰ বিতৰ্কিত মন্তব্য বিধায়কজনৰ

সততে বিতৰ্কিত আৰু অসমীয়া বিৰোধী মন্তব্য কৰি অহা হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেব বহু দিন দলৰ নিৰ্দেশত চুপ হৈ থকাৰ পিছত…

কল্পজ্যোতি শইকীয়া · December 18, 2018 8:31 pm
অসম

পঞ্চায়ত নিৰ্বাচনৰ শিক্ষা : বিজেপিৰ প্ৰতি মৰমিয়াল হৈ পৰিল অগপৰ নেতাসকল

পঞ্চায়ত নিৰ্বাচনৰ ফলে সুৰ সলাবলৈ বাধ্য কৰিলে ৰাজ্যখনৰ আঞ্চলিকতাবাদী দল অগপৰ নেতাসকলৰ। গপ নোহোৱা অ(গপ), ভেম নোহোৱা দলত পৰিণত হৈ পৰিল দলটো। পঞ্চায়ত…

কল্পজ্যোতি শইকীয়া · December 18, 2018 6:56 pm
অসম

ৰাফাল ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে : প্ৰদ্যুৎ বৰদলৈ

দেশজুৰি চৰ্চা অব্যাহত থকা ৰাফাল বিমান ক্ৰয়ৰ ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে। উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ সীমাবদ্ধতা আছে। তাৰোপৰি…

কল্পজ্যোতি শইকীয়া · December 18, 2018 6:10 pm
অসম

চৰকাৰৰ উদ্যোগত প্ৰথমবাৰলৈ ‘বীৰ ৰাঘৱ মৰাণ’ দিৱস; কোন আছিল এই ৰাঘৱ মৰাণ?

পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ সাংস্কতিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত আজি কেন্দ্ৰীয়ভাৱে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ অনুষ্ঠিত হয়। গুৱাহাটীস্থিত শ্ৰীমন্ত…

কল্পজ্যোতি শইকীয়া · December 17, 2018 10:35 pm
অসম

মুমিনুল আৱালৰ তুলুঙা মন্তব্যক সহ্য নকৰে দলৰ বিধায়িকা আঙুৰলতাই

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য কৰা বাবে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল এইবাৰ…

কল্পজ্যোতি শইকীয়া · December 17, 2018 7:24 pm
অসম

মহানগৰবাসীৰ বাবে সুখবৰ : আৰম্ভ হ’ল ৩ টকীয়া বাইক যাত্ৰা, মোবাইল এপৰ দ্বাৰা লাভ কৰিব পাৰিব এই সেৱা

মহানগৰবাসীৰ বাবে এক সু-খবৰ। কিয়নো অতি কম খচৰৰ লগতে কম সময়ৰ ভিতৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া…

কল্পজ্যোতি শইকীয়া · December 17, 2018 12:10 pm