Author: কল্পজ্যোতি শইকীয়া
ধলা কাণ্ডৰ তদন্তৰ আওতালৈ অনা হওক ‘নিব্বাছ’ নামৰ সংগঠনটোক : অসম সংগ্ৰামী মঞ্চ
‘ধলা-শদিয়া কাণ্ডৰ তদন্তৰ আওতালৈ অনা হওঁক ‘নিব্বাছ’ নামৰ সংগঠনটোক’- শনিবাৰে অসম সংগ্ৰামী মঞ্চৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই দাবী জনায়…
বিফল স্বাস্থ্য বিভাগ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে : বদৰুদ্দিন আজমল
‘’যোৱা ৯ দিনত ২০ টাকৈ নৱজাতকে মৃত্যুক সাবটি লৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। স্বাস্থ্য বিভাগৰ ইমানখিনি বিফলতা হ’ল, গতিকে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ…
বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ
বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা নাই। বিটিচিত ভিচিডিচিৰ পৰিৱৰ্তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’ব লাগে। আজি দিচপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে…
উদ্বেগজনক হাৰত নৱজাতকৰ মৃত্যু; ৱেবছাইটত ভুল তথ্যৰে সত্য ঢকাৰ চেষ্টা এন আৰ এইচ্ছ এমৰ
যোৱা প্ৰায় পোন্ধৰতা বছৰত তথাকথিত দক্ষ মন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ উন্নয়নৰ স্বৰূপ উদং খাইছে শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ…
জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি পক্ষপাতিত্বমূলক ভূমিকা লৈছে ৰাজ্য চৰকাৰে : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য
“আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি পক্ষপাতিত্বমূলক ভূমিকা লৈছে ৰাজ্য চৰকাৰে।” শুকুৰবাৰে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী…
মোট সলালে শিলাদিত্যই! নিৰ্বাচনৰ সময়ত দলৰ নিৰ্দেশত ‘হঠাৎ মুছলমান প্ৰীতি’ বিধায়কজনৰ
বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা অহৰহভাৱে অসমৰ মুছলমানসকলক পোনপটীয়াকৈ অপমানজনক শব্দ, বাক্যৰে আক্ৰমণ কৰি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ নতুন অৱতাৰে…
২০১৯ চনত ‘ৰাইজৰ কণ্ঠ’ হ’ব কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ
২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিফলন ঘটিব ‘ৰাইজৰ কণ্ঠ’ৰ। আজি প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদম্বৰমৰ উপস্থিতিত বিষ্ণু…
জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীৰে চহিদ পৰিয়ালে কঁপালে দীঘলীপুখুৰী পাৰ
“জাতীয় নায়ক হায় হায়”, “নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি চহিদৰ কেঁচা তেজৰ মূল্য দিয়ক” আদি ধ্বনিৰে আজি উত্তাল হ’ল দীঘলীপুখুৰীৰ পাৰ। নাগৰিকত্ব…
মাদাৰ অ’ল্ড এজ হ’মত দুগৰাকী নতুন অতিথিক আদৰণি
মাদাৰ অ’ল্ড এজ হ’মৰ এইবাৰ নতুন অতিথি হ’ল এহাল বৃদ্ধ-বৃদ্ধা। নতুন ঘৰখনলৈ আদৰি অনা বৃদ্ধ গৰাকীৰ নাম ক্ষিতিশ চন্দ্ৰ দে আৰু মহিলাগৰাকীৰ…
বিমুদ্ৰাকৰণৰ ২য় বাৰ্ষিকী; সভাপতি ৰিপুন বৰাসহ গুৱাহাটীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক আটক
কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ নিতীয়ে আজি ২টা বছৰ অতিক্ৰম কৰা উপলক্ষে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটী মহানগৰীত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত…